প্ৰদৰ্শনীৰ সৈতে সংগতি ৰাখি আলোচনা চক্ৰ আৰু প্ৰশিক্ষণ শিবিৰৰো আয়োজন কৰা হৈছে।
বিশ্ববিদ্যালয় আৰক্ষীয়ে জানিবলৈ দিয়া মতে, মঙলবাৰৰ পৰা আৰম্ভ কৰি ৪৮ ঘণ্টাৰ বাবে বিশ্ববিদ্যালয়খনৰ সকলো শ্ৰেণী আৰু অন্যান্য কাৰ্যসূচী বাতিল কৰা হৈছে।
প্ৰশ্ন-উত্তৰ শিতানৰ পাছতেই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড৹ হেমন্ত কুমাৰ নাথৰ শলাগৰে আলোচনাচক্ৰখনৰ সামৰণি পৰে ৷
36th Inter-University North East Zone Youth Festival “YUVA PRATIBHA” organised by the Association of Indian Universities (AIU) and hosted by USTM.
Cultural groups from the participating universities also performed before an esteemed jury with senior members from across the country.
এই পৰিদৰ্শনকালত সামাজিক ন্যায় তথা সৱলীকৰণ বিভাগৰ সঞ্চালক কিশোৰ ঠাকুৰীয়া, ৰাজ্যিক ড্ৰাগছ বিৰোধী আৰু নিষিদ্ধকৰণ পৰিষদৰ উপাধ্যক্ষ জিতু বৰগোঁহাইৰ লগতে বিভাগীয় বিষয়াসকল উপস্থিত আছিল।
আজি এই আন্তঃমহাবিদ্যালয় ভলীবল প্রতিযোগিতাখনিৰ শুভ উদ্বোধন কৰে লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সুৰজিৎ ভূঞাই।
প্ৰাক্তন সতীৰ্থ সন্মিলনৰ লগত সংগতি ৰাখি বিভিন্ন শৈক্ষিক আৰু সাংস্কৃতিক অনুষ্ঠান পৰিকল্পনাৰ কথাও তেখেতে সদৰি কৰে ।
মহাবিদ্যালয় সমূহক ৰাষ্ট্ৰীয় মূল্যায়ন আৰু স্বীকৃতি পৰিষদ চমুকৈ ৰাষ্ট্ৰীয় নাকৰ স্বীকৃতি গ্ৰহণৰ বাবে আহ্বান চৰকাৰৰ।
উপস্হিত থাকে কৃষি মন্ত্ৰী অতুল বৰাৰ সংসদীয় পৰিক্ৰমা, তথ্য, জনসংযোগ মন্ত্ৰী পিযুষ হাজৰিকা ।
হ্ৰাস পোৱা সমল আৰু লিংগৰ অনন্যতাৰ বিষয়ে সজাগতা সৃষ্টিৰ এক প্ৰদৰ্শনী
March 2, 2023