অবৈধভাৱে ৰেমডেছিভিৰ ঔষধ মজুত কৰি ৰখাৰ বাবে গুজৰাট উচ্চ ন্যায়ালয়ৰ এখন খণ্ড বিচাৰপীঠে আজি ৰাজ্যিক বিজেপিৰ সভাপতি তথা সাংসদ, চি আৰ পাটিল, চুৰাটৰ বিধায়ক হৰ্ষ সাংভী, গুজৰাট চৰকাৰ আৰু চুৰাটৰ কলেক্টৰক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে
Read Moreঅসম বিধানসভা নিৰ্বাচন, ২০২১ -ৰ লগত সংগতি ৰাখি প্ৰথম পৰ্যায়ত ভোটদানৰ ৪৮ ঘণ্টা পূৰ্বৰে পৰা শিৱসাগৰ জিলাত সকলো প্ৰকাৰৰ নিচাযুক্ত দ্ৰব্যৰ বেচা-কিনা আৰু অবৈধ মজুতকৰণৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে।
Read Moreকৰ্ণাটকত চিক্কাবল্লাপুৰ জিলাৰ এটা কোৱেৰিত ব্যৱহাৰ হোৱা জিলেটিন ষ্টিকৰ বিস্ফোৰণত ৬জন ব্যক্তি নিহত হোৱাৰ খবৰ লাভ কৰা হৈছে ৷ প্ৰাপ্ত খবৰ অনুসৰি অবৈধভাৱে মজুত কৰি ৰখা জিলেটিনসমূহক আৰক্ষীৰ অভিযানৰ পৰা বাচিবলৈ জিলেটিন বাৰসমূহ নষ্ট কৰিবলৈ যাওতে হঠাতে বিস্ফোৰণ ঘটা বুলি অভিযোগ উত্থাপন কৰা হৈছে ৷
Read Moreআজি শিৱসাগৰ জিলাৰ দিখৌমুখৰ একমাত্ৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান দিখৌমুখ মহাবিদ্যালয়ত ডক্টৰ ৰঞ্জিত কুমাৰ বৰুৱাই অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰে।সুদীৰ্ঘ এঘাৰ বছৰ মহাবিদ্যালয় খনিত এজন স্থায়ী অধ্যক্ষ নোহোৱাৰ বাবে বহু সময়ত সমস্যাৰ সৃষ্টি হৈ আহিছিল।
Read More