ৰাষ্ট্ৰীয় ৰাজধানীত ২০২১–২২ বৰ্ষৰ বাবে এতিয়া বাতিল হোৱা সুৰা নীতি প্ৰণয়ন আৰু কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত দুৰ্নীতিৰ অভিযোগত চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছিল ছিছ’ডিয়াক।
ইয়াৰ পিছতেই ৰবিবাৰে গোটেই দিনটো চিবিআই-এ জেৰা কৰাৰ অন্তত আবিকাৰীৰ কেলংকাৰী আৰু প্ৰমাণ নষ্ট কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হ’ল দিল্লীৰ উপ মুখ্যমন্ত্ৰী গৰাকীক।
আৰক্ষীয়ে শিক্ষকজনক আটক কৰিছে
তেজপুৰ আৰক্ষীৰ সহযোগত আটক কৰা হৈছে
জাননী জাৰি কৰিছে
পলিটিকছত ভূপেন বৰাই এলপি স্কুলেই পাছ হোৱা নাই ৷
আনহাতে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই কংগ্ৰেছ নেতা পৱন খেৰাৰ ওপৰত আৰক্ষীৰ কাৰ্যকলাপৰ বাবেই সমগ্ৰ দেশতে অসমৰ সন্মান কমিছে বুলি মন্তব্য কৰিছে।
গেংষ্টাৰ তেজাই জামিন লাভ কৰিয়ে তেওঁ নিজৰ গেঙৰ সদস্যসকলৰ সৈতে পুনৰ মিলিত হৈ ধৰ্মীয়, ৰাজনৈতিক নেতা আৰু প্ৰতিদ্বন্দ্বী গেঙৰ সদস্যসকলক আক্ৰমৰ লক্ষ্য কৰি লোৱাৰ পৰিকল্পনা কৰা বুলি অভিযোগ উঠিছে।
খবৰ অনুসৰি অভিনেতাগৰাকীৰ মেনেজাৰে পৰিচালিকাগৰাকীক নৱাজুদ্দিনৰ বিৰুদ্ধে অনা অভিযোগ প্ৰত্যাহাৰ কৰিবলৈ অহৰহ ভাবুকি দি আহিছে।
এতিয়া এই অভিযোগে অন্য এটা দিশহে গৈ পাইছে স্বপ্না আৰু পৃথ্বীয়ে দুয়োৰে দোষবোৰ ইজনে সিজনক স্থানান্তৰিত কৰি আহিছে ।
এতিয়া গোৱালা পট্টিৰ লোকসকলে বনভূমিত আশ্ৰয় লৈ আছে। আমি চৰকাৰক তেওঁলোকৰ স্থায়ী বন্দোবস্ত কৰিবলৈ আহ্বান জনাইছো।
March 2, 2023