ইপিনে, অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চলিত শৃংখলাত সৰ্বাধিক ৰাণ সংগ্ৰহকাৰীৰ তালিকাত দ্বিতীয় স্থানত থকা ভাৰতৰ অক্ষৰ পেটেলে শেহতীয়া টেষ্ট অলৰাউণ্ডাৰ ৰেংকিঙত পঞ্চম স্থান দখল কৰিছে।
এই বঁটাৰ দৌৰত আছিল ইংলেণ্ডৰ ছেম কুৰান, পাকিস্তানৰ মহম্মদ ৰিজৱান আৰু জিম্বাবুৱেৰ অলৰাউণ্ডাৰ ছিকণ্ডৰ ৰাজা।
আশ্চৰ্য্যজনক প্ৰদৰ্শন দেখুৱাইছিল
গাড়ীখন ৰাস্তাতেই লুটি বাগৰ খোৱাৰ বাবে থিতাতে নিহত হৈছিল এণ্ড্ৰিউ চাইমণ্ডছ।
হাৰ্দিক পাণ্ডিয়াৰ স্থানত খেলিব পাৰিব
উক্ত দিনা ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন ক্ৰিকেটাৰ ইয়ান বিশপ কমেণ্ট্ৰী বক্সত আছিল যেতিয়া ব্ৰেথৱেটে অন্তিম অভাৰত উক্ত অসম্ভৱ কাণ্ড সম্ভৱ কৰি তুলিছিল।
তাৰকা ভাৰতীয় অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াই এদিনীয়া বিশ্বকাপ ২০১৯ৰ পৰা নিৰন্তৰ ফিটনেছ সমস্যাৰ সন্মুখীন হৈ আহিছে।
খেলুৱৈজনক নিউজিলেণ্ড শৃংখলাৰ বাবে টীম ইণ্ডিয়াত স্থান দিয়া হোৱা নাছিল আৰু নিৰন্তৰ উপেক্ষা কৰি অহা হৈছিল
আন এজন তাৰকা খেলুৱৈ অন্তর্ভুক্ত হোৱাৰ সম্ভাৱনা হোৱাৰ দিশে
২০০৭ চনৰ টি২০ বিশ্বকাপ আৰু ২০১১ চনৰ এদিনীয়া বিশ্বকাপত টীম ইণ্ডিয়া বিজয়ী হোৱাত ইউচুফ পাঠানে অন্যতম অৰিহণা আগবঢ়াইছিল।বেটিঙৰ লগতে স্পীনাৰ হিচাপেও আছে ইউচুফ খানৰ দক্ষতা।
March 2, 2023