দিপ্তী হাজৰিকা আৰু স্বৰ্গীয় অনুপ হাজৰিকাৰ কন্যা পপী ৷ ২০১৫ চনৰ পৰা ভাৰত্তোলকৰ অনুশীলন কৰি আহিছে পপীয়ে ।
জলবায়ু পৰিবৰ্তনৰ প্ৰেক্ষাপটত হোৱা অসুবিধা আৰু জটিলতা সমুহ প্ৰশমিত কৰাৰ ওপৰত বিশেষভাবে আলোচনা কৰা হয় ।
ছোনিয়াই ইণ্ডো-নেপাল ফুটছাল প্ৰতিযোগীতাতো নিজৰ পাৰদৰ্শিতা দেখুওৱাৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত ফুটছাল খেলি পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে ৷
হায়দৰাবাদত এটি নামঘৰ স্থাপন কৰিবলৈ এটুকুৰা মাটিৰ ব্যৱস্থা কৰিবলৈও দাবী উত্থাপন কৰিছে পলাশ বৰুৱাই।
মণ্টু মণিৰ জনপ্ৰিয় গীত ‘চেলফী লে লে ৰে’ ৰ জৰিয়তে অতি জনপ্ৰিয় হৈ পৰা কিশোৰে কেইবাখনো ধাৰাবাহিকত অভিনয় কৰাৰ লগতে অসমীয়া ছবিতো অভিনয় কৰিছিল।
গোচৰ ৰুজু কৰা হৈছে
July 4, 2022