ৰাজ্যত ৭০০০ বান বিধ্বস্ত পৰিয়ালক আদানী ফাউণ্ডেশ্যনৰ সহায়ৰ হাত
প্ৰত্যেকখন জিলাৰ বান বিদ্ধস্ত গাঁৱত উপস্থিত হৈ বন্যাৰ্ত সকলৰ মাজত চাউল, দাইল , আটা , চেনী , চাহপাত , বিস্কুট , গাখীৰ , আলু , নিমখ , হালধি , চিৰা , মুৰী , চাবোন আদিৰ লগতে শাক-পাচলি বিতৰণ কৰে।
Read More