আনহাতে, মেচখনৰ পৰিপ্ৰেক্ষিতত আৰক্ষী প্ৰশাসনেও বিশদ নিৰাপত্তাৰ ব্যৱস্থা কৰিছে।
Read Moreমধ্যপ্ৰদেশৰ সাংস্কৃতিক দপ্তৰৰ মন্ত্ৰী তথা বিজেপিৰ নেত্ৰী উষা ঠাকুৰে কোনো মাস্ক পৰিধান নকৰাকৈয়ে ইন্দোৰৰ বিমান বন্দৰত স্থাপিত দেৱী অহল্যা বাই হোলকাৰৰ প্ৰতিমূৰ্তিত কৰ'না দূৰ কৰাৰ বাবে পূজা-অৰ্চনা কৰে।
Read Moreসোমবাৰে গুৱাহাটীৰ নেহেৰু ষ্টেডিয়ামত প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মদিন উপলক্ষে উদযাপন কৰা ৰাষ্ট্ৰীয় ঐক্য দিৱস উপলক্ষে 'ৰাণ ফ'ৰ ইউনিটি' কাৰ্যসূচীত অংশগ্ৰহন মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা,আয়ুস আৰু জল পথৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ।
Read More