অনুষ্ঠানটোৰ পিছত সংবাদ মাধ্যমক সম্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, "যোগ আমাৰ জীৱন সমৃদ্ধ কৰাৰ এক সুন্দৰ উপায়। ই শাৰীৰিক-মানসিক উৎকর্ষ সাধনৰ লগতে আমাৰ আধ্যাত্মিক চেতনাশক্তিক উজ্জীৱিত কৰাতো সহায় কৰে। গেংটকৰ মনমুগ্ধকৰ প্ৰকৃতিৰ মাজত ঐতিহাসিক এনচে মঠত যোগ প্ৰদৰ্শনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মই অতিশয় আপ্লুত হৈছোঁ।"
Read Moreমাধৱ মহন্ত আৰু মৃদুল হাজৰিকাই আঁতধৰা সভাত বিশিষ্ট অতিথি হিচাপে যোৰহাট জিলাৰ অতিৰিক্ত উপায়ুক্ত দামোদৰ বৰ্মন, তথ্য আৰু জনসংযোগ বিভাগ যোৰহাটস্থ আঞ্চলিক কাৰ্যালয়ৰ উপ-সঞ্চালক ত্ৰিদিৱ নন্দন বৰা, যোৰহাট প্ৰেছ ক্লাবৰ সভাপতি দিগন্ত বুঢ়াগোহাঁইয়ে বক্তব্য আগবঢ়ায় ।
Read More