সলনি কৰাৰ ক্ষমতা আছে
ভুল বুলি প্ৰমাণিত হ'ব পাৰে
স্বঘোষিত ৰাজ্য প্ৰশাসন পৰিষদক নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া আঞ্চলিক সন্মিলনৰ পূৰ্বে পৰিকল্পনা কার্যকৰী কৰাৰ বাবে পদক্ষেপ ল'বলৈ আহ্বান জনায়।
কম সময় বাকী আছে
বডি বিল্ডিঙৰ দৰে ক্ৰীড়াত মহিলাৰ অংশ গ্ৰহণ বহুতৰে বাবে এক প্ৰত্যাহ্বানপূর্ণ বিষয় হিচাপে চিহ্নিত হোৱাৰ সময়ত বৰুৱা এইক্ষেত্ৰত তেওঁৰ পৰিয়াল তথা শুভাকাংক্ষী সকলৰ উৎসাহৰ বাবেই আগবাঢ়িব পাৰিছে বুলিও ব্যক্ত কৰে।
বি চি চি আইৰ সভাপতি সৌৰভ গাংগুলী বা সম্পাদক জয় শ্বাহে অৱশ্যে ভাৰতত এছিয়া কাপ আয়োজন কৰাৰ সন্দৰ্ভত এতিয়াও কোনো ইংগিত দিয়া নাই।
হংঝৌ অলিম্পিক কমিটিয়ে কয় যে এছিয়ান গেমছক সফল কৰি তোলাৰ বাবে তেওঁলোকে সকলো প্ৰচেষ্টা চলাব।
ইয়াৰ পূৰ্বে ২১ আগষ্টৰ পৰা এছিয়া কাপৰ কোৱালিফায়াৰ।
১১ তম দক্ষিণ এছিয়াৰ আশিহাৰা কাৰাটে চেম্পিয়নশ্বিপ ২৪ জুনৰ পৰা ২৬ জুনলৈ পশ্চিমবংগত অনুষ্ঠিত হৈছিল।
দিচপুৰৰ পিডব্লিউডি কনভেনচন এণ্ড ট্ৰেইনিং চেণ্টাৰত চাইক্লিং এছ'চিয়েচন অফ আছামৰ সদস্যসকলে সম্বৰ্ধনা জনায়।
দলটোৱে ৫৭০.৭০ কিল'মিটাৰ দৈৰ্ঘ্য অতিক্ৰম কৰি এই কৃতিত্ব অর্জন কৰে। অষ্ট্ৰেলিয়াই ৬০৭.৬৩ কিল মিটাৰ দৌৰি প্ৰথম স্থান দখল কৰে।
গৌতম আদানিৰ পিতৃৰ ১০০ তম আৰু গৌতম আদানিৰ ৬০ তম জন্মদিন শতবাৰ্ষিকী উপলক্ষে এই ঘোষণা কৰা হৈছে।
১৭ বছৰ অনুৰ্ধ মহিলা বিশ্বকাপ “বৰ্তমান পৰিকল্পিতভাৱে ভাৰতত অনুষ্ঠিত কৰিব নোৱাৰিব” বুলি ফিফাই প্ৰকাশ কৰিছে ।
বিৰোধিতা কৰিবলৈ আৰম্ভ কৰিছে
কুকুৰটোক হালধিৰ পানীৰে গা ধুৱাইছিল আৰু নতুন কাপোৰত মেৰিয়াই দিছিল।
৫০ অভাৰৰ বিশ্বকাপ, ২০ অভাৰৰ বিশ্বকাপৰ পিছত এইবাৰ অষ্ট্ৰেলিয়াই কমনৱেলথতো সোণৰ পদক অৰ্জন কৰে।
প্ৰথম সন্তান জন্ম দিব গৈ আছে
এই দুর্ঘটনাই ছবিখনৰ মুক্তিৰ ওপৰত কোনো প্রভাৱ পেলাব নেকি সেয়া এতিয়াও ক'ব পৰা হোৱা নাই।
চেৰোগেচীৰ কথা ভাবিছিল
ইফালে বি চি চি আইৰ সচিব জয় শ্বাহৰ মতে ২০২৫ চনৰ আই চি চি মহিলা ক্রিকেট বিশ্বকাপ আয়োজন কৰিবলৈ পাই আমি আনন্দিত আৰু বি চি চি আয়ে ইয়াক সকলো প্ৰকাৰে স্মৰণীয় কৰি তুলিবলৈ কোনো অবহেলা নকৰিব।
নগ্ন ফটো সংলগ্ন কৰা হৈছে
প্ৰতিবছৰে ২০ গৰাকীকে সাংবাদিক তেওঁলোকৰ আবেদনৰ ভিত্তিত নির্দিষ্ট প্রক্রিয়াৰে এই আঁচনিৰ বাবে বাচনি কৰা হয়।
তাৰোপৰি কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কেন্দ্ৰীয় বিশ্ববিদ্যালয় (সংশোধনী) বিধেয়ক, ২০২২, লোকসভাত গৃহীত কৰাৰ বাবে দাখিল কৰিব।
প্ৰতিযোগিতা খনৰ ছোৱালীৰ কেডেট বিভাগত কাটা আৰু কুমিতে দুয়োটা শিতানত মুগ্ধা বৰুৱাই সোণৰ পদক লাভ কৰিছে।
তেওঁ ৯/১১ ৰ আক্ৰমণ, বাৰাক অ'বামাৰ ৰাষ্ট্ৰপতিত্ব আৰু ৰাজকুমাৰী ডায়েনাৰ মৃত্যুৰ ভৱিষ্যতবাণী কৰিছিল।বলকানৰ নষ্ট্ৰাডামাছ বুলি অভিহিত কৰা বাবা ভাঙ্গাৰ দৃষ্টিভঙ্গী ৮৫ শতাংশ শুদ্ধ বুলি কোৱা হয়।
ভাওনা উদ্বোধন কৰিব শ্ৰী শ্ৰী উজনীয়াল সত্ৰৰ সত্ৰাধিকাৰ লক্ষ্মী কান্ত মহন্তই। অনুষ্ঠানৰ সকলো কৰ্য্যসূচীতে উপস্থিত থাকিবলৈ মহাবিদ্যালয়ৰ অধ্যক্ষ দিলীপ ভূঞা আৰু উদযাপন সমিতিয়ে কামনা কৰিছে।
অংগনৱাড়ী কৰ্মী হিচাপে আগবঢ়োৱা উৎকৃষ্ট সেৱাৰ বাবে কল্পনা বড়োক অসম চৰকাৰে প্ৰদান কৰিছিল অসম গৌৰৱ সন্মান।
ছোনিয়াই ইণ্ডো-নেপাল ফুটছাল প্ৰতিযোগীতাতো নিজৰ পাৰদৰ্শিতা দেখুওৱাৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত ফুটছাল খেলি পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে ৷
২০২২বৰ্ষৰ চূড়ান্ত পৰীক্ষাত বিজ্ঞান শাখাত অৱৰ্তীণ হোৱা মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আছিল ৩৩,৫৩৪।
প্ৰমাণ কৰিব লাগিব
August 15, 2022