ৰাজস্থানত ১৬ বছৰীয়া নাবালিকা কন্যাক তিনি পাষণ্ডৰ ধৰ্ষণ কৰি হত্যা, এজনক গ্ৰেপ্তাৰ
Read Moreপিতৃ আৰু কন্যা দুয়োগৰাকীয়েই আৰক্ষী।পদমৰ্যদাৰ ফালৰ পৰা পিতৃতকৈ ওপৰত কন্যা।অন্ধ্ৰপ্ৰদেশ আৰক্ষীয়ে আয়োজন কৰা ‘পুলিচ মিট দ্যে’ত হঠাত্ পিতৃ ৱাই শ্যাম সুন্দৰে কন্যাক লগ পাই কন্যাৰ পদক সন্মান জনাই চ্যেলুট দিয়ে।
Read Moreকেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙে আজি সংবাদ এজেন্সী এএনআইৰ সৈতে হোৱা সাক্ষাৎকাৰত কৃষক সকলক দেশৰ ৰাজহাড় বুলি মন্তব্য কৰে আৰু কৃষক সকলক নক্সাল, খালিস্থানী এনে ধৰণৰে ব্ৰেণ্ড কৰা কাৰ্যত আপত্তি দৰ্শাই ৷ “ৰাহুল জি মোতকৈ বয়সত যুৱ আৰু কৃষি সম্পৰ্কে মোৰ অভিজ্ঞতা তেওঁককৈ বেছি ৷ ইয়াৰ কাৰণ মই এজন কৃষকৰ সন্তান আৰু কৃষক বিৰোধী কোনো ধৰণৰ সিদ্ধান্ত আমি গ্ৰহণ নকৰোঁ ৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াও দুখীয়া মাতৃৰে সন্তান ৷ মোৰ অনুভৱত ইয়াতকৈ বেলেগ আৰু ক’ব লগা নাই ৷”
Read Moreভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৃষক সকলক আশ্বাস দি কয় যে কৃষি উৎপাদন সামগ্ৰীত নিম্নতম সমৰ্থিত মূল্য (এমএছপি) আৰু মন্দী সমূহ অব্যাহত থাকিব লগতে কৃষকৰ ভূমি কোনো কাঢ়ি নিব নোৱাৰে বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে
Read More