কামৰূপ গ্ৰাম্যৰ চাংসাৰিৰ পৰা আটক ভুৱা আলফা কুমুদ বৰুৱা
Read Moreলখিমপুৰ আৰক্ষী অধীক্ষক বেদান্ত মাধৱ ৰাজখোৱাই সংবাদমেলৰ জৰিয়তে স্পষ্ট কৰে যে,এই গেংটো গুৱাহাটী,নলবাৰী,কামৰূপ মেট্ৰো, মুকালমুৱা আদি স্থানত শেহতীয়াকৈ সংঘটিত হৈ থকা বিভিন্ন ধৰণৰ অপৰাধ জনিত ঘটনাত জৰিত আছিল।
Read Moreমন্ত্ৰীগৰাকীয়ে কয় যে যোৱা বছৰৰ ২২ ডিচেম্বৰত ১২,০০০ টা পৰিয়ালক পানী যোগান ধৰিব পৰাকৈ জাইকা প্ৰকল্পৰ আংশিক কাৰ্যকৰীকৰণ কৰা হৈছিল যদিও তাৰে মাথোঁ ৫,৪০০ টা পৰিয়ালেহে এতিয়ালৈকে খোৱাপানীৰ সংযোগৰ বাবে আৱেদন কৰিছে৷
Read Moreযুৱকজনে নিজকে লখিমপুৰ জিলাৰ পানিগাওঁ থানৰ বুলি উল্লেখ কৰা প্ৰৱেশ পত্ৰ আৰক্ষীক দেখুৱাইছিল । আৰক্ষীৰ মতে যুৱক জনে নিজকে লখিমপুৰ জিলাৰ পানী গাঁৱৰ বুলি উল্লেখ কৰা আবেদন পত্ৰ দেখুৱাতেই তেওঁৰ জালিয়াতি ধৰা পৰে ।
Read Moreকেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ জল মাৰ্গ বিকাশ প্ৰকল্পৰ অধীনত কেন্দ্ৰীয় চৰকাৰে অৰ্থ গংগা আৰু মহাবাহু ব্ৰহ্মপুত্ৰ প্ৰকল্পৰ জৰিয়তে অভ্যন্তৰীণ জলপথৰ পুনৰুজ্জীৱিতকৰণৰ বাবে ৬,০০০ কোটিতকৈও অধিক পুঁজি বিনিয়োগ কৰিছে।
Read Moreসংযুক্ত অসামৰিক সেৱাৰ পৰীক্ষাৰ বিভিন্ন পদ্ধতিৰ বিষয়ে বিস্তৃতভাবে ব্যাখ্যা দাঙি ধৰি এনে পৰীক্ষা সমূহত অৱতীৰ্ণ হ'বলৈ জিলাখনৰ ছাত্ৰ-ছাত্ৰী সকলক আহ্বান জনায়।
Read Moreসভাত আৰক্ষী অধীক্ষক মোহনলাল মীনাই আইনী ব্যৱস্থা সম্পৰ্কে গাঁও অঞ্চল সমূহত ৰাইজক সজাগ কৰিবলৈ কোৱাৰ লগতে জিলাখনত ভবিষ্যতে বাল্য বিবাহ শূন্য কৰিবলৈ আৰম্ভ পৰা পদক্ষেপৰ সহযোগিতা কৰিবলৈ সংশ্লিষ্ট সকলোকে আহ্বান জনায়৷
Read More