উক্ত আক্ৰমণত শৰ্মাৰ পত্নীয়ে কোনো আঘাত নোপোৱাকৈ পলায়ন কৰিবলৈ সক্ষম হয় যদিও শৰ্মা আক্ৰমণত গুৰুতৰভাৱে আহত হয় আৰু ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়াৰ সময়তে তেওঁৰ মৃত্যু হয়।
Read More৯০ ৰ দশকত কাশ্মীৰী পণ্ডিতসকলক কেনেকৈ কাশ্মীৰৰ পৰা উৎখাত কৰা হৈছিল, কেনেদৰে পৰিয়ালৰ ওপৰত অত্যাচাৰ সংঘটিত হৈছিল তাৰে প্ৰকৃত ছবি চিত্ৰিত কৰিবলৈ চেষ্টা কৰিছে পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে।
Read Moreনিজৰ জীৱনকালত শ্ৰীশ্ৰী লীলাকান্ত মহন্তই দুবাৰকৈ অসম সত্ৰ মহাসভাৰ কেন্দ্ৰীয় সভাপতি, দুবাৰ সাধাৰণ সম্পাদক পদত অধিষ্ঠিত হোৱাৰ উপৰি নিৰলসভাৱে শংকৰী সাহিত্য সংস্কৃতিৰ চৰ্চা কৰি গৈছিল ।
Read Moreবিশিষ্ট অভিনেতা কুলাদা কুমাৰ ভট্টাচাৰ্য আৰু ডাঃ অলকা গোস্বামীক ক্ৰমে পণ্ডিত তীৰ্থনাথ শৰ্মা স্মৃতি বঁটা আৰু নিৰ্মলা দেৱী স্মৃতি বঁটা প্ৰদান কৰা হয় ।
Read More