আৱেগিক কাহিনীটো পোহৰলৈ আহিছে
Read Moreআজিৰে পৰাই ৰাষ্ট্ৰীয় উদ্যানখনৰ এনিমেল কৰিডৰ বোৰত থকা উচ্চ প্ৰযুক্তি আৰু চেনচৰ থকা কেমেৰা সমুহ সক্ৰিয় কৰা হৈছে বুলি বন বিভাগে জাননী জাৰি কৰিছে ৷ এই কেমেৰাবোৰে এনিমেল কৰিডৰ বোৰত ঘন্টাত ৪০ কিলোমিটাৰতকৈ বেচি গতিৰে যোৱা যানবাহনৰ নম্বৰ প্লেট সমুহৰ তথ্য স্বংক্ৰিয় কেমেৰা আৰু ৰাডাৰৰ জড়িয়তে সংগ্ৰহ কৰি ৫ হেজাৰ টকাৰ জৰিমনা বিহাৰ ব্যৱস্থা কৰিছে ৷
Read More