কংগ্ৰেছে এই সন্দৰ্ভত জেপিচিৰ তদন্তৰ দাবী জনাইছে। অৱশ্যে বিৰোধীৰ এই দাবী এতিয়াও চৰকাৰে উপেক্ষা কৰি চলিছে।
যোৱা ২৫ দিনত আদানীৰ সম্পত্তি এক ধাক্কাত আধাতকৈও অধিক হ্ৰাস হৈ ৫,০০০ কোটি ডলাৰৰ তললৈ গৈছে।
শিৱসেনাই লগতে কয় “আদানি হৈছে শ্বেয়াৰ বজাৰৰ ডাঙৰ ষাঁড়, কিন্তু মোডীৰ বাবে তেওঁ এটা পবিত্ৰ গৰু”।
এই দুৰ্ভাগ্যজনক মৃত্যুক সাৱটি লোৱা বিভাগটোৰ অস্থায়ী কৰ্মচাৰী গৌতম গগৈ আমগুৰি জাপিসজীয়া গাঁৱৰ নিবাসী।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ বিৰুদ্ধে আৰু বহু বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে।
দুটা স্থান অৱনমিত হয়
গৌতম আদানিৰ সম্পত্তিৰ বৰ্ধিত মূল্যৰ এবাৰৰ কৰ আৰোপতে ১.৭৯ লাখ কোটি লাভ কৰিব পৰা যাব।
ইতিমধ্যে বিগত দিনকেইটাত অসমতো বাদেই দেশৰ বিভিন্ন প্ৰান্তত নিশাৰ ভাগত সংঘটিত কুঁৱলীকেন্দ্রিক দুৰ্ঘটনাত বহু লোকৰ মৃত্যু হৈছে।
তীব্ৰবেগত বাহন চলোৱাৰ লগতে সুৰাপান কৰাৰ চালকৰ ক্ষেত্ৰত কঠোৰ হৈছে পৰিবহন বিভাগ৷
২৮ তাৰিখে বিয়া পাতিব
যাদুৰ দৰে ২ নম্বৰক স্থানলৈ আহে
কিছু সকাহ পাইছে
মৰিগাঁও শাখা ভাৰতীয় জীৱন বীমা নিগম কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা আৰু পথ সভা৷
ৰাজ্য চৰকাৰ নিশ্চিত হৈছিল যে আদানী গ্ৰুপে পশ্চিমবংগত প্ৰচুৰ পৰিমাণে বিনিয়োগ কৰিবলৈ গৈ আছে। সোমবাৰে অৱশেষত ইয়াৰ ওপৰত চৰকাৰী ছীল মোহৰ পৰে।
March 2, 2023