উক্ত আক্ৰমণত শৰ্মাৰ পত্নীয়ে কোনো আঘাত নোপোৱাকৈ পলায়ন কৰিবলৈ সক্ষম হয় যদিও শৰ্মা আক্ৰমণত গুৰুতৰভাৱে আহত হয় আৰু ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়াৰ সময়তে তেওঁৰ মৃত্যু হয়।
আহত গীতাৰ্থ শইকীয়া বৰ্তমান স্থানীয় এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।
আজি স্বতস্ফুৰ্ত ভাৱে ৰাইজে অসামৰিক চিকিৎসালয় স্থানান্তৰৰ প্ৰতিবাদ সন্দৰ্ভত চহৰৰ ৰাজ পথলৈ ওলাই আহে শ শ পুৰুষ মহিলা ।
সেই প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব ৷
মই সিদ্ধান্ত লৈছো
স্বাস্থ্যজনিত সমস্যাত ভুগি আছে
মাকৰ অৱস্থা বেয়া
এজোপা গছত বাহনখনে খুন্দা মৰাত আহত হয় শিল্পীগৰাকী।
বৰ্তমান, ৰাজেশ চিৱান সদৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷
চিকিৎসালয়ত গৈ স্বাস্থ্যৰ বুজ লয়
চিকিৎসালয় কৰ্তৃপক্ষই ইয়াক লুকুৱাবলৈ চেষ্টা কৰিছে বুলি জানিবলৈ দিছে তেওঁ ৷
৬৩ বছৰীয়া বিত্ত মন্ত্ৰী গৰাকীক চিকিৎসালয়খনৰ এটা ব্যক্তিগত ৱাৰ্ডত ভৰ্তি কৰোৱা হৈছে।
March 2, 2023