কিন্তু আই এম এফে যোৱা নৱেম্বৰ মাহত সেই অনুদান দিয়া বন্ধ কৰি দিছিল।
এনে পৰিস্থিতিত পাকিস্তানে কেনেকৈ বিত্তীয় সংকটৰ পৰা ৰক্ষা পৰে সেয়া লক্ষণীয় হ’ব। দেশখনে এক দীৰ্ঘম্যাদী সুৰক্ষিত বিত্তীয় নীতি অবিহনে সংকট মোচন কৰাটো সম্ভৱ নহয় বুলিও কোৱা হৈছে।
জনপ্ৰিয় আছিল
আক্ৰমণ কৰাৰ ষড়যন্ত্র ৰচিছে
১২ খন শিক্ষানুষ্ঠানৰ ৱেবচাইট হেক কৰিছে
বেছিকৈ কাম কৰে
নতুন প্রতিবেদনৰ মতে, ২০২১ চনত নৱজাতকৰ সংখ্যা ১৩ শতাংশ আৰু ২০২০ চনত ২২ শতাংশ হ্রাস পাইছে।
লগে লগে হংকঙৰ পৰা চীনলৈ জল আৰু স্থল ক্ৰছিংবোৰেৰে ভ্ৰমণকাৰীসকলৰ আগমন আৰম্ভ হয়।
সাক্ষাৎকাৰৰ সময়ত পাকিস্তানক পৰোক্ষভাৱে সমালোচনা কৰি দেশখনক সন্ত্ৰাসবাদৰ কেন্দ্ৰ বুলি অভিহিত কৰে।
আন্তঃৰাষ্ট্ৰীয় বিমানেৰে ভাৰতলৈ অহা সকলো যাত্ৰীৰ দুই শতাংশৰ আকস্মিক পৰীক্ষাৰ উপৰি চীন আৰু অন্য ৫ খন দেশৰ পৰা অহা যাত্ৰীসকলৰ ক্ষেত্ৰত বাধ্যতামূলক আৰ টি পি চি আৰ পৰীক্ষাৰ এই ব্যৱস্থা প্ৰযোজ্য হ'ব।
চীনত দৈনিক কৰ'নাত আক্রান্ত হ’ব ১০ লাখ লোক ।
March 2, 2023