অসম আৰক্ষীৰ পুনৰীক্ষণ সভাত চৰকাৰৰ জ্যেষ্ঠ বিষয়াৰ সৈতে আলোচনা মুখ্যমন্ত্ৰীৰ
আৰক্ষী বিভাগত নিযুক্তি, নিৰাপত্তা, অপৰাধ নিয়ন্ত্ৰণ, চোৰাংচোৱা আদিৰ দৰে পুলিচিঙৰ বিভিন্ন দিশৰ বিষয়ে চৰকাৰৰ জ্যেষ্ঠ বিষয়াৰ সৈতে আলোচনা কৰিলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ।
Read More