এই স্বৈৰাচাৰী শাসন শীঘ্ৰে অৱসান কৰি আৰু আইনৰ শাসন প্ৰতিষ্ঠা কৰিবলৈও ডি ৱাই এফ আইয়ে দাবী কৰিছে।
Read Moreকেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ জল মাৰ্গ বিকাশ প্ৰকল্পৰ অধীনত কেন্দ্ৰীয় চৰকাৰে অৰ্থ গংগা আৰু মহাবাহু ব্ৰহ্মপুত্ৰ প্ৰকল্পৰ জৰিয়তে অভ্যন্তৰীণ জলপথৰ পুনৰুজ্জীৱিতকৰণৰ বাবে ৬,০০০ কোটিতকৈও অধিক পুঁজি বিনিয়োগ কৰিছে।
Read Moreকেন্দ্ৰীয় কৃষি ৰাজ্য মন্ত্ৰী কৈলাশ চৌধুৰী, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা জয়পুৰ গ্ৰাম্য সমষ্টিৰ সাংসদ ৰাজ্যবর্ধন সিং ৰাথোৰ, সাংসদ ৰামচৰণ বোহৰা আৰু কৃষি মন্ত্ৰ্যালয়ৰ জ্যেষ্ঠ বিষয়াসকল এই অনুষ্ঠানত উপস্থিত থাকে।
Read Moreতেওঁ প্ৰশ্ন কৰে যে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কানৰাড চাংমা আৰু তৃণমূল নেতা মুকুল চাংমাই বিজেপিক ভয় কৰিছে নেকি? তেওঁ লগতে কয় যে ৰাজ্য চৰকাৰে প্ৰধানমন্ত্ৰীৰ সমাৱেশ বন্ধ কৰিব পাৰে, কিন্তু ৰাজ্যখনৰ জনসাধাৰণে বিজেপিক ভোট দিবলৈ মন স্থিৰ কৰিছে।
Read More