জি এম ডি এক ১০ টা আৰু জলসম্পদ বিভাগৰ গুৱাহাটী মেকানিকেল ডিভিজনক ৩ টা কামৰ দায়িত্ব দিয়া হৈছে৷
Read Moreতেনেস্থলত শৌচাগাৰ নির্মাণত ৪৪.৪৫৮ টকা ধায্য কৰা আৰু চাইনবৰ্ড নিৰ্মাণত ব্যার্থ কৰা টকাৰ পৰিমাণে এই আঁচনিবোৰত যে ব্যাপক দুর্নীতি হৈছে সেয়া স্পষ্ট কৰিছে বুলি অভিযোগ তুলিছে।
Read Moreকেন্দ্ৰীয় জল আয়োগ আৰু জলসিঞ্চন আৰু নিষ্কাশনৰ আন্তঃৰাষ্ট্ৰীয় আয়োগকে ধৰি একাধিক সংস্থাৰ অংশীদাৰীত্বত গোলকীয় সন্ত্ৰাসবাদ বিৰোধী পৰিষদে এই সন্মিলনৰ আয়োজন কৰে।
Read Moreএতিয়াৰে পৰা জলসিঞ্চন বিভাগৰ চিভিল,ইলেক্ট্রিকেল আৰু মেকানিকেল বিভাগক একেলগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু ডিভিজন সমূহ সমষ্টি কেন্দ্ৰিক হব। ইয়াৰ দ্বাৰা প্ৰজেক্ট সমূহ সোনকালে সম্পূৰ্ণ কৰি কৃষক সকলক উপকৃত কৰিব পৰা যাব।
Read Moreযুৱকজনে নিজকে লখিমপুৰ জিলাৰ পানিগাওঁ থানৰ বুলি উল্লেখ কৰা প্ৰৱেশ পত্ৰ আৰক্ষীক দেখুৱাইছিল । আৰক্ষীৰ মতে যুৱক জনে নিজকে লখিমপুৰ জিলাৰ পানী গাঁৱৰ বুলি উল্লেখ কৰা আবেদন পত্ৰ দেখুৱাতেই তেওঁৰ জালিয়াতি ধৰা পৰে ।
Read More