কিন্তু আই এম এফে যোৱা নৱেম্বৰ মাহত সেই অনুদান দিয়া বন্ধ কৰি দিছিল।
Read Moreব্লুস্কাইত এটা নতিফিকেশ্যন টেব অন্তৰ্ভুক্ত কৰা হৈছে য’ত ব্যৱহাৰকাৰীয়ে টুইটাৰৰ দৰেই লাইক, ৰিপ’ষ্ট, ফ’ল’ আৰু ৰিপ্লাইবোৰ চাব পাৰে। কিন্তু এতিয়ালৈকে প্লেটফৰ্মত কোনো ডাইৰেক্ট মেছেজিং (ডি এম) বৈশিষ্ট্য উপলব্ধ কৰা হোৱা নাই।
Read Moreযুৱকজনে নিজকে লখিমপুৰ জিলাৰ পানিগাওঁ থানৰ বুলি উল্লেখ কৰা প্ৰৱেশ পত্ৰ আৰক্ষীক দেখুৱাইছিল । আৰক্ষীৰ মতে যুৱক জনে নিজকে লখিমপুৰ জিলাৰ পানী গাঁৱৰ বুলি উল্লেখ কৰা আবেদন পত্ৰ দেখুৱাতেই তেওঁৰ জালিয়াতি ধৰা পৰে ।
Read Moreকেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ জল মাৰ্গ বিকাশ প্ৰকল্পৰ অধীনত কেন্দ্ৰীয় চৰকাৰে অৰ্থ গংগা আৰু মহাবাহু ব্ৰহ্মপুত্ৰ প্ৰকল্পৰ জৰিয়তে অভ্যন্তৰীণ জলপথৰ পুনৰুজ্জীৱিতকৰণৰ বাবে ৬,০০০ কোটিতকৈও অধিক পুঁজি বিনিয়োগ কৰিছে।
Read Moreকালিৰ চিন্তন শিবিৰত কেন্দ্ৰীয় আয়ুষ ৰাজ্য মন্ত্ৰী ড° মহেন্দ্ৰভাই মুঞ্জপাৰা, আয়ুষ মন্ত্ৰালয়ৰ সচিব বৈদ্য ৰাজেশ কোটেশা, আয়ুষ মন্ত্ৰালয়ৰ বিশেষ সচিব প্রমোদ কুমাৰ পাঠকৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
Read Moreসংযুক্ত অসামৰিক সেৱাৰ পৰীক্ষাৰ বিভিন্ন পদ্ধতিৰ বিষয়ে বিস্তৃতভাবে ব্যাখ্যা দাঙি ধৰি এনে পৰীক্ষা সমূহত অৱতীৰ্ণ হ'বলৈ জিলাখনৰ ছাত্ৰ-ছাত্ৰী সকলক আহ্বান জনায়।
Read Moreড৹ কাশ্যপৰ উপৰি এলুমনাই এছ'ছিয়েছনৰ ২০২৩ বৰ্ষৰ "জীৱনজোৰা কৃতিত্ব" সন্মান দেশৰ আৰু তিনিগৰাকী ব্যক্তিক প্ৰদান কৰা হয়। তেওঁলোক হৈছে আই আই এম চিৰ অৱসৰপ্ৰাপ্ত অধ্যাপক গীতা বামজাই, কৌন বনেগা ক্ৰোৰপতিকে আদি কৰি কেইবাটাও বিখ্যাত টিভি প্ৰগ্ৰেমৰ প্ৰযোজক অনিতা কৌল বসু তথা প্ৰবীণ সাংবাদিক প্ৰকাশ পাত্ৰ।
Read Moreত্ৰিপুৰা আৰক্ষী সেৱাৰ জ্যেষ্ঠ বিষয়া তপন দেবৰ্মাকে ধৰি কেইবাজনো টি এছ আৰ জোৱানক গ্ৰেপ্তাৰ কৰা হৈছে যদিও সন্তনু ভৌমিকৰ হত্যাকাণ্ডৰ গোচৰত এতিয়ালৈকে কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই ।

Read More