অহা ১৮ জুলাইত হ'বলগীয়া ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে মুমুৱে অহা ২৫ জুনত মনোনয়ন দাখিল কৰিব।
Read Moreসদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান ক্ৰমে সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ৰূপায়ন কৰা হয় এই কাৰ্যসূচী। কাৰ্যসূচীৰ অংশ হিচাপে জিলা ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ৰ পৰা সোণাৰি নগৰৰ মাজেদি সোণাৰি ৰাজহুৱা খেলপথাৰ পৰ্যন্ত এক প্ৰতিবাদী সমদল উলিওৱা হয়।
Read Moreগীতাই অৰ্থনীতি পঢ়িবলৈ বাচি লোৱাৰ কাহিনীও চমকপ্ৰদ। ১৯৮৯-১৯৯২ চনলৈ ভাৰত এক অৰ্থনৈতিক সংকটৰ মাজেদি গৈছিল। তেতিয়াই আন্তঃ ৰাষ্ট্ৰীয় মুদ্ৰা কোষৰ সাহায্য আহি পৰিছিল। সেই কথাই গীতাক অৰ্থ্নীতিৰ প্ৰতি আকৰ্ষিত কৰি তুলিছিল আৰু সেয়াই অধ্যয়নৰ বাবে অনুপ্ৰেৰণা যোগাইছিল। গীতাই প্ৰকাশ কৰে যে নিজৰ ধ্যান-ধাৰণাৰ প্ৰতি তেওঁৰ অন্তৰ্নিহিত শক্তি, বিশ্বাস আৰু নিজৰ সামৰ্থ্যৰ মাজেৰে আগবাঢ়ি যোৱাৰ সক্ষমতাই তেওঁৰ সমল।
Read Moreলখিমপুৰৰ পৰা ৰঙানদী পাৰ কৰি কিমিনৰ মাজেদি অৰুনাচললৈ সৰবৰাহৰ চেষ্টা অব্যাহত ৰখাৰ সময়তে জহিঙত স্থানীয় লোকৰ তৎপৰতাৰে আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় এই ৬৪ টাকৈ গৰু ৷ ঘটনাস্থলীত আৰক্ষী অহাৰ উমান পাই গৰু চিণ্ডিকেটৰ সৈতে জড়িত কেইজন অৰুণাচলৰ ফালে পলাই সাৰিবলৈ সক্ষম হয় ৷
Read More