ব্লুস্কাইত এটা নতিফিকেশ্যন টেব অন্তৰ্ভুক্ত কৰা হৈছে য’ত ব্যৱহাৰকাৰীয়ে টুইটাৰৰ দৰেই লাইক, ৰিপ’ষ্ট, ফ’ল’ আৰু ৰিপ্লাইবোৰ চাব পাৰে। কিন্তু এতিয়ালৈকে প্লেটফৰ্মত কোনো ডাইৰেক্ট মেছেজিং (ডি এম) বৈশিষ্ট্য উপলব্ধ কৰা হোৱা নাই।
Read Moreবর্ডাৰ গাৰ্ড বাংলাদেশৰ মুখ্য ডাইৰেক্টৰ জেনেৰেল চাফীনুল ইছলামে আজি কয় যে ভাৰতৰ জনসাধাৰণৰ মাজত এটা ভুল বুজাবুজি আছে যে বাংলাদেশী জনসাধাৰণে ভাৰতত জীৱিকাৰ বাবে অবৈধ ভাৱে প্ৰবেশ কৰে
Read Moreসীমা সুৰক্ষা বল (বিএছএফ) আৰু বর্ডাৰ গাৰ্ড বাংলাদেশ (বিজিডি)য়ে আজি আন্তৰাষ্ট্ৰীয় সীমান্তত অবৈধ কামকাজক বাধা দিয়াৰ বাবে বিশেষকৈ ৰাতিৰ সময়ত যুগ্ম ভাৱে একেলগে সীমান্তত তহল দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ এই কথা আজি অনুষ্ঠিত হোৱা এক যুটীয়া সংবাদ মেলত প্ৰকাশ কৰে বিএছএফৰ ডাইৰেক্টৰ জেনেৰেল ৰাকেশ আস্থানা আৰু বিজিবিৰ ডাইৰেক্টৰ জেনেৰেল চাফীনুল ইছলামে ৷
Read More