এই বৰ্ষত নগাঁও জিলাৰ ১৩১৯ গৰাকী ছাত্ৰ ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৫ শতাংশতকৈ অধিক নম্বৰ লাভ কৰি আনন্দৰাম বৰুৱা বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল
Read Moreউক্ত অনুষ্ঠানত ডিব্ৰুগড় জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাক্তৰ ৰাজীৱ কুমাৰ বৰুৱা, অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ অধ্যাপক সঞ্জীৱ কাকতি, অধীক্ষক প্ৰশান্ত দিহিঙীয়া, বিভাগীয় মুৰব্বী অধ্যাপক প্ৰশান্ত শ্যাম লগতে চিকিৎসক তথা বিষয়া সকল উপস্থিত থাকে ।
Read Moreসৰ্বভাৰতীয় চিকিৎসা প্ৰতিষ্ঠান এইমছৰ সঞ্চালক লগতে দেশৰ ক'ৰনাভাইৰাচ মেনেজমেণ্ট টাঙ্ক ফৰ্চ সদস্য ডাক্তৰ ৰনদীপ গুলেৰিয়াই ক'ৰনা ভাইৰাচৰ ভেকচিন সম্পৰ্কে মন্তব্য দি কয় যে এই ভেকচিন দেশৰ সাধাৰণ জনসাধাৰণে ২০২২ চনত হে পাবলৈ সক্ষম হ
Read Moreএনে অৱস্থাত হিমাচল প্ৰদেশৰ পৰা দেবেন্দ্ৰ কুমাৰৰ পৰিয়ালৰ লোকে যোগাযোগ কৰে বঙাইগাঁও আৰক্ষীৰ সৈতে ৷ পাছত বঙাইগাঁও আৰক্ষীয়ে তদন্ত কৰি দেবেন্দ্ৰ কুমাৰক হত্যা কৰা বুলি তথ্য লাভ কৰে ৷ এই হত্যাকাণ্ডৰ তদন্তৰ ভিত্তিত বঙাইগাঁও আৰক্ষীয়ে হত্যাকান্ডৰ সৈতে জৰিত অভিযুক্ত হত্যাকাৰীক ছত্তিছগড় ৰাজ্যৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷
Read Moreউল্লেখ্য যে যোৱা বৰ্ষৰ ৮ জুলাইত ভোগদৈগুৰিলৈ বিয়াৰ বৰযাত্ৰী হৈ যোৱা বিহপুৰীয়াৰ সমীপৰ চৌদ্ধপুনীয়াৰ প্ৰফুল্ল দত্ত আৰু মৌচুমী হাজৰিকা দত্তৰ দ্বিতীয় পুত্ৰ চিত্তৰঞ্জন দত্ত আজি পৰ্যন্ত নিৰুদ্দেশ হৈ থকা ভিত্তিতে লাওখোলাটো চিত্ৰৰঞ্জনৰ বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে ৷
Read More