ফেইচবুক, টুইটাৰক তলবঃ হাথৰাছৰ ভুল ফটো প্ৰচাৰ সন্দৰ্ভত উচ্চ ন্যায়ালয়ে বিচাৰিলে তথ্য
Read Moreঅসম আৰক্ষীয়ে আগন্তুক বিধানসভা নির্বাচনৰ বাবে সকলো দিশৰ পৰা নিজকে প্ৰস্তুত কৰি তুলিছে৷ অসম আৰক্ষীয়ে ৰাষ্ট্ৰীয় তথ্য কেন্দ্ৰৰ সহযোগত এক নতুন 'চফটৱেৰ' প্ৰযুক্তি তৈয়াৰ কৰিছে, যাৰ সহায়ত আৰক্ষীৰ লোকসকলক 'অশৃংখলিতভাৱে' (Randomly) বাচনি কৰি ভোটগ্ৰহণ কেন্দ্ৰসমূহত মোতায়েন কৰা হ'ব৷
Read Moreঅবৈধভাৱে ৰেমডেছিভিৰ ঔষধ মজুত কৰি ৰখাৰ বাবে গুজৰাট উচ্চ ন্যায়ালয়ৰ এখন খণ্ড বিচাৰপীঠে আজি ৰাজ্যিক বিজেপিৰ সভাপতি তথা সাংসদ, চি আৰ পাটিল, চুৰাটৰ বিধায়ক হৰ্ষ সাংভী, গুজৰাট চৰকাৰ আৰু চুৰাটৰ কলেক্টৰক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে
Read Moreনির্বাচিত সাংবাদিক সকলক অহা ৬ ফেব্ৰুৱাৰীত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্রীশ্রী মাধৱদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত আয়ােজিত অনুষ্ঠানত দিনৰ ১১.৩০ বজাত অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে আনুষ্ঠানিকভাবে এই এককালীন অনুদান প্রদান কৰিব।
Read More