ব’ম্বে উচ্চ ন্যায়ালয়ে বলিউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতে সোমবাৰে সংবাদ মাধ্যমৰ এজন ব্যক্তিৰ মৃত্যু আৰু আত্মহত্যা প্ৰসংগত সংবাদ মাধ্যমক কিছু নীতি অনুসৰণ কৰাৰ বাবে নিৰ্দেশ দিয়ে আৰু কয় যে আৰক্ষীৰ অপৰাধৰ তদন্তত মেডিয়া ট্ৰায়েলে হস্তক্ষেপ কৰে
Read Moreবলিউডৰ সৈতে ড্ৰাগছৰ সংযোগৰ তদন্তত নাম সাঙোৰ খাইছে জনপ্ৰিয় অভিনেতা অৰ্জুন ৰামপালৰ ৷ জানিব পৰা অনুসৰি অভিনেতাজনৰ মুম্বাইস্থিত বাসগৃহত নাৰ্কটিক্স কণ্ট্ৰ’ল ব্যুৰ’য়ে ড্ৰাগছৰ সন্ধানত অভিযান চলাই যদিও কোনো ধৰণৰ আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল এন চি বি
Read Moreৰাজ্যত দুৰ্নীতি ৰোধ আৰু পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিন সংঘটিত কেলেংকাৰীৰ পৰা পৰিত্ৰাণ বিচাৰি ৰাইজে বিজেপিক শাসনলৈ আনিছিল।কিন্তু এতিয়া চৰকাৰে একমাত্ৰ গাডী ৰক্ষাৰ স্বাৰ্থত যদি তদন্তৰ নামত ভেকোভাঁওনা কৰে তেতিয়াহ'লে অসমৰ ৰাইজ তথা শিক্ষিত নিবনুৱাই কি বুলি সৰ্বানন্দ সোণোৱাল চৰকাৰক বিশ্বাসত ল'ব?
Read Moreচিত্ৰা কেইবামাহ ধৰি হেমন্ত নামৰ এজন ব্যৱসায়ীৰ সৈতে সম্পৰ্কত আছিল।হোটেলত অভিনেত্ৰী গৰাকীৰ সৈতে তেওঁৰ ভাবী স্বামী হেমন্তও আছিল।পুৱতি নিশালৈ অভিনেত্ৰী চিত্ৰাই সৈতে একেলগে থকা তেওঁৰ ভাবী স্বামী হেমন্তক পুৱা হোটেল খনত বিচাৰি পোৱা নগ’ল।

Read More