কিন্তু আই এম এফে যোৱা নৱেম্বৰ মাহত সেই অনুদান দিয়া বন্ধ কৰি দিছিল।
বিতৰ্কিত নাগৰ্নো-কাৰাবাখ অঞ্চলক লৈ পূৰ্বৰ দুখন ছোভিয়েট দেশ আজাৰবাইজান আৰু আৰ্মেনিয়াৰ মাজত ৰক্তাক্ত সংঘাত আৰম্ভ হৈছে।
লাডাখত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাক লৈ উত্তেজনাৰ মাজত নতুন দিল্লী-বেইজিঙৰ মাজত অৱশেষত সম্পৰ্ক নতুন ৰূপত আহিবনে? সময়ৰ অপেক্ষা।
আনহাতে, সৰ্বাধিক প্ৰদূষিত দেশৰ তালিকাত এক নম্বৰত বাংলাদেশ, দ্বিতীয়ত চাদ, তৃতীয়ত পাকিস্তান, চতুর্থত তাজিকিস্তান আৰু ভাৰত পঞ্চম স্থানত আছে।
March 2, 2023