সকলোৱে ভাবিবলৈ বাধ্য হৈ পৰিছিল
১৬ খন খেলৰ চুটি কেৰিয়াৰত আমলাই আই পি এলত দুটাহে শতক অৰ্জন কৰিছিল।
প্রি-কোৱাৰ্টাৰত তাৰকা যুটিটোৱে বি মাওলানা আৰু এম এছ ফিকৰিক ২১- ১৯,২২-২০ ব্যৱধানত ধৰাশায়ী কৰি কোৱাৰ্টাৰত প্ৰৱেশ কৰে।
ক্ৰুজখনত স্পা, চেলুন আৰু জিমৰ দৰে সুবিধাও আছে।
বলীউড জগতৰ এটা ডাঙৰ প্ৰশ্ন
উল্লেখ্য যে, ২০২২ চনৰ জুলাই মাহত মিৰ্জাই উইম্বলডনত অন্তিমখন খেল খেলিছিল আৰু অল ইংলেণ্ড ক্লাবত ডিফেণ্ডিং চেম্পিয়ন নীল স্কুপস্কি আৰু ডেচিৰে ক্ৰ’চিকৰ বিৰুদ্ধে মিক্সড ডাবলছৰ ছেমি ফাইনেল মেচত পৰাস্ত হৈছিল।
ব্যয়বহুল পোহনীয়া জন্তু
যদি কার্যক্ষেত্ৰত চৰকাৰৰ এই সিদ্ধান্ত কার্যকৰী হয় তেন্তে মুদ্ৰাত মুদ্রিত হোৱা প্রথমজন আর্জেন্টাইন খেলুৱৈ হ'ব লিয়নেল মেছি।
আঘাতৰ বাবে কোনো মেচ নেখেলাকৈ এতিয়া এটা যুগৰ পৰিসমাপ্তি ঘটাই আন্তৰাষ্ট্ৰীয় ফুটবলক বিদায় জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে অন্যতম শ্রেষ্ঠ ফুটবলাৰ কৰিম বেঞ্জেমাই।
তেওঁলোকে চিনেমাৰ তাৰকা, চফটৱেৰ ইঞ্জিনিয়াৰ, আনকি কিছুমান কৰ্পৰেট স্কুলৰ ছাত্ৰ-ছাত্ৰীকো ড্ৰাগছ যোগান ধৰে।
তাৰকাগৃহটোৰ সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে বুলি সদৰী কৰিছে বিভাগীয় কৰ্তৃপক্ষই ৷
পৰামৰ্শ নোলোৱাকৈ কৰিব নালাগে
January 29, 2023