পৰীক্ষা ২০ ছেপ্টেম্বৰত অনুষ্ঠিত হোৱাৰ কথা আছিল
Read Moreচি আই ডিয়ে দিবন ডেকাক ৭ দিনৰ বাবে জিম্মাত বিচাৰিছিল যদিও আদালতে ৬ দিনৰ বাবে জিম্মাত দিয়ে।উল্লেখযোগ্য যে,চি আই ডিত অসম আৰক্ষীয়ে ২১/২০ নম্বৰত ভাৰতীয় দণ্ডবিধিৰ ১২০(বি)/৪০৯ আৰু ৬৬(বি) ত এক গোচৰ ৰুজু কৰিছিল।
Read More