হৃদয় স্পৰ্শ কৰিছে
অহা অক্টোবৰত ছবিখন মুক্তি দিয়াৰ পৰিকল্পনা কৰিছে প্ৰযোজকে ৷
বহুতো চলচ্চিত্রৰ দৃশ্যগ্ৰহণ হৈছে
কথমপি প্ৰাণ ৰক্ষা পৰে
পূৰ্বতে আৰক্ষীয়ে কৰায়ত্ব কৰিলেই থানালৈ লৈ যায়, কিন্তু এতিয়া সাংবাদিকক মাতি দৃশ্যগ্ৰহণ কৰে বুলি মন্তব্য কৰে ড৹ শৰ্মাই ৷
দৃশ্যগ্ৰহণ ২০২৩ ত আৰম্ভ হ'ব
খিলাড়ী কুমাৰ বৰ্তমান টিনু দেশাইৰ আহিবলগীয়া চলচ্চিত্ৰখনৰ দৃশ্যগ্ৰহণৰ বাবে লণ্ডনত আছে।
নিজৰ অভিজ্ঞতা প্ৰকাশ কৰিছিল
যোৱা কেইমাহমান ধৰি চলমান খান তেওঁৰ আহিবলগীয়া ছবি টাইগাৰ-৩ৰ দৃশ্যগ্ৰহণত ব্যস্ত হৈ আছে।মনীশ শৰ্মাৰ ছবিখনত কেটৰিনা কাইফ আৰু ইমৰান হাছমীয়েও অভিনয় কৰিছে।
ছবিখনৰ দৃশ্যগ্ৰহণ উত্তৰ-পূৰ্বাঞ্চলত কৰা হৈছে।
টিভি ধাৰাবাহিক ৰতন কা স্বয়ম্বৰ আৰু ঝান্সি কি ৰাণীৰ দৃশ্যগ্ৰহণো এই হোটেলখনত কৰা হৈছে।
দৃশ্যগ্ৰহণৰ কাম বৰ্তমান অসমত হৈ আছে যদিও ছবিখনৰ পৰৱৰ্তী সকলো কাম মুম্বাইত সম্পাদন হ’ব৷ছবিখনৰ গীতত কণ্ঠ দান কৰিব জুবিন গাৰ্গে।তিনিজন মুম্বাইৰ নিবাসীৰ প্রচেষ্ঠাত নিৰ্মাণ হ’ব এই ছবিখন।
March 2, 2023