শেষত আলোচনা সত্ৰৰ সমন্বয়ক ড° শিখাজ্যোতি ডেকাই আগবঢ়োৱা শলাগৰ শৰাইৰ অন্তত অসমৰ জাতীয় সংগীতেৰে উদ্বোধনী অনুষ্ঠানৰ সামৰণি পৰে ।
কংগ্ৰেছে এই সন্দৰ্ভত জেপিচিৰ তদন্তৰ দাবী জনাইছে। অৱশ্যে বিৰোধীৰ এই দাবী এতিয়াও চৰকাৰে উপেক্ষা কৰি চলিছে।
২০০ বিলিয়ন ডলাৰতকৈও অধিক
যোৱা ২৫ দিনত আদানীৰ সম্পত্তি এক ধাক্কাত আধাতকৈও অধিক হ্ৰাস হৈ ৫,০০০ কোটি ডলাৰৰ তললৈ গৈছে।
দুটা স্থান অৱনমিত হয়
পুৱা ৮ বজাত উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি খেলুৱৈসকলক উৎসাহিত কৰাৰ বাবে সকলো ক্রীড়াপ্রেমী ৰাইজৰ উপস্থিতি কামনা কৰিছে উদ্যোক্তাসকলে।
জ্যোতিসংগীত উদ্ধোধনী গীত হিচাপে পৰিৱেশন কৰে
ইয়াৰ পিছত বিয়লি ৪ বজাৰ পৰা কাৰ্যনিৰ্বাহক সভা আৰম্ভ হ'ব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই অধিৱেশনত উদ্বোধনী ভাষণ দিব আৰু মঙলবাৰে প্ৰধানমন্ত্ৰী মোডীৰ ভাষণেৰে এই কাৰ্যনিবাহক সভাৰ সামৰণি পৰিব ।
ইতিমধ্যে প্ৰায় ১৫৬ গৰাকী ছাত্ৰ ছাত্ৰী আৰু আৱাসিক ছাত্ৰ ছাত্ৰীৰে পৰিপূৰ্ণ বিদ্যালয়খনে অহা ২১ জানুৱাৰীত ৰূপালী জয়ন্তী বৰ্ষৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত কৰিব।
উত্তৰ পূবৰ দুগৰাকী মুখ্যমন্ত্ৰীৰ হাতত আছে অস্ত্ৰ।
ফ্ৰান্সৰ বা সামগ্ৰিকভাৱে ইউৰোপৰ কোনো ব্যক্তি আগতে পৃথিৱীৰ আটাইতকৈ ধনী ব্যক্তি হিচাপে পৰিগণিত হোৱা নাছিল।
অচেতন কৰাই লুটি লৈ যায়
২০১৫ চনৰ এপ্ৰিলত লায়ন্স ক্লাবে তেওঁক “নাৰী শক্তি বঁটা” প্ৰদান কৰিছিল।২০১৬ চনত তেওঁ আন্তৰ্জাতিক মানৱ অধিকাৰ পৰিষদ, অসম খণ্ডৰ পৰা “বছৰটোৰ মহিলা” বঁটা লাভ কৰিছিল।
১৯৬৩ চনত নগালেণ্ড ৰাজ্য প্ৰতিষ্ঠা হোৱাৰ পিছৰে পৰা নগালেণ্ডত আজিলৈকে এগৰাকীও মহিলা বিধায়ক হোৱাৰ নজিৰ নাই।
৮৪ খন দেশ ভ্ৰমণ কৰিছে
আৰক্ষীয়ে শিক্ষকজনক আটক কৰিছে
হত্যাৰ আশংকা কৰা হৈছে
অভিযুক্ত মহিলাগৰাকীৰ আন এজন পুৰুষৰ সৈতে থকা বিবাহ বহিৰ্ভূত সম্পৰ্কৰ ফলস্বৰূপে এই হত্যাকাণ্ড সংঘটিত হৈছিল বুলি প্ৰকাশ পাইছে।
এই পাঁচগৰাকী এথলিটে ২০২৪ত জাপানত অনুষ্ঠিত হ'বলগীয়া এছিয়ান মাষ্টাৰ্ছ এথলেটিক্ছ প্রতিযোগিতাত অংশগ্রহণ কৰিবলৈ যোগ্যতা অর্জন কৰিছে।
অধিনায়ক হিচাপে ঘোষণা কৰে
অসম ৰাজ্যিক মহিলা আয়োগৰ সদস্যা সচিব ড° প্রীতি লেখা ডেকাৰ শলাগৰ শৰাই জ্ঞাপনেৰে আলোচনা চক্ৰৰ সামৰণি পৰে।
জিণ্টিমণিৰ মুম্বাই ইণ্ডিয়ানছ দলত স্থান লাভ কৰাৰ পিছত ঘৰখনৰ লগতে মঙলদৈ অঞ্চল তথা ৰাজ্যৰ ক্ৰীড়া অনুৰাগীসকলো আনন্দিত হৈ পৰিছে।
March 2, 2023