জামছেদপুৰ এফচিৰ বিৰুদ্ধে বিজয় নৰ্থ ইষ্ট ইউনাইটেডৰ
Read Moreইণ্ডিয়ান ছুপাৰ লীগৰ ২০২০-২১ ছিজনৰ প্ৰথমখন খেলত নৰ্থ ইষ্ট ইউনাইটেড দল পৰাজিত হৈছে ৷ যোৱানিশা জামছেদপুৰ এফচিৰ দলৰ বিৰুদ্ধে হোৱা খেলত খেলৰ ২য় অৰ্ধৰ ৫৩ মিনিটত অনিকেট যাদৱে জামছেদপুৰ দলক অগ্ৰগতি প্ৰদান কৰে ৷ এই বিশেষ গলৰেই জামছেদপুৰ দলে নৰ্থ ইষ্ট ইউনাইটেড দলক ১-০ গলত পৰাজিত কৰে ৷
Read Moreঅক্সফোৰ্ড আৰু চেৰাম ইষ্টিটিউটৰ কোভিড-১৯ৰ প্ৰতিষেধক কোভিশ্বিল্ডক ভাৰতত জৰুৰীকালীন প্ৰয়োগৰ অনুমতি প্ৰদান কৰা হৈছে।উল্লেখযোগ্য যে,আজিৰে পৰা দেশৰ প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত কোভিড-১৯ প্ৰতিষেধকৰ ড্ৰাই ৰান আৰম্ভ হৈছে।
Read More