কিন্তু আই এম এফে যোৱা নৱেম্বৰ মাহত সেই অনুদান দিয়া বন্ধ কৰি দিছিল।
এনে পৰিস্থিতিত পাকিস্তানে কেনেকৈ বিত্তীয় সংকটৰ পৰা ৰক্ষা পৰে সেয়া লক্ষণীয় হ’ব। দেশখনে এক দীৰ্ঘম্যাদী সুৰক্ষিত বিত্তীয় নীতি অবিহনে সংকট মোচন কৰাটো সম্ভৱ নহয় বুলিও কোৱা হৈছে।
পাকিস্তানে শেষবাৰৰ বাবে ভাৰতক নিজৰ ভূখণ্ড ব্যৱহাৰ কৰাত বাধা দিছিল ২০২১ চনত তালিবানে পাকিস্তান দখল কৰাৰ পিছত।
এগৰাকী কূটনীতিবিদৰ পুত্ৰ মুশ্বাৰফে ১৯৪৯ চনৰ পৰা ১৯৫৬ চনলৈ তুৰস্কত বাস কৰিছিল ৷
মূল্য হ্ৰাস পাইছে
আত্মঘাতী বোমাৰুজনে পুলিচ লাইনৰ ভিতৰত থকা অত্যন্ত সুৰক্ষিত এই মছজিদটোত প্ৰৱেশ কৰিছিল, য'ত মছজিদটোত প্ৰৱেশ পথত চাৰিটা স্তৰৰ নিৰাপত্তা ব্যৱস্থা আছিল ।
মানুহে আজিও সংলাপ কয়
এই বঁটাৰ দৌৰত আছিল ইংলেণ্ডৰ ছেম কুৰান, পাকিস্তানৰ মহম্মদ ৰিজৱান আৰু জিম্বাবুৱেৰ অলৰাউণ্ডাৰ ছিকণ্ডৰ ৰাজা।
অপেক্ষা কৰিম
ভাৰতে এইবোৰ কাম বন্ধ কৰি আলোচনাৰ বাবে সাজু বুলি বিশ্বজুৰি বাৰ্তা বিয়পাব লাগিব লাগিব, তেতিয়াহে এয়া সম্ভৱ।
পাকিস্তান চৰকাৰে দেশখনৰ চপিং মলকে ধৰি ৰেষ্টুৰেণ্টসমূহ বন্ধ কৰি দিবলৈ বাধ্য হৈছে।
March 2, 2023