উল্লেখ্য যে যোৱা বৰ্ষৰ ৮ জুলাইত ভোগদৈগুৰিলৈ বিয়াৰ বৰযাত্ৰী হৈ যোৱা বিহপুৰীয়াৰ সমীপৰ চৌদ্ধপুনীয়াৰ প্ৰফুল্ল দত্ত আৰু মৌচুমী হাজৰিকা দত্তৰ দ্বিতীয় পুত্ৰ চিত্তৰঞ্জন দত্ত আজি পৰ্যন্ত নিৰুদ্দেশ হৈ থকা ভিত্তিতে লাওখোলাটো চিত্ৰৰঞ্জনৰ বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে ৷
Read More