উক্ত আক্ৰমণত শৰ্মাৰ পত্নীয়ে কোনো আঘাত নোপোৱাকৈ পলায়ন কৰিবলৈ সক্ষম হয় যদিও শৰ্মা আক্ৰমণত গুৰুতৰভাৱে আহত হয় আৰু ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়াৰ সময়তে তেওঁৰ মৃত্যু হয়।
আক্ৰমণৰ কেইদিনমান পিছত, ভাৰতীয় বায়ু সেনাই ২৬ ফেব্ৰুৱাৰীত পাকিস্তানৰ বালাকোটৰ জেম সন্ত্ৰাসবাদী শিবিৰত একাধিক আক্ৰমণ চলাইছিল।
চাৰিজন উগ্ৰপন্থীৰ অৱস্থিতি গম পোৱাত দুইপক্ষৰ মাজত ভীষণ গুলিবর্ষণ সংঘটিত হয়
২০১৯ চনৰ ফেব্ৰুৱাৰীত সন্ত্ৰাসবাদীৰ আক্ৰমণত মেজৰ বিভূতিশংকৰৰ মৃত্যুৰ সময়ত তেওঁলোকৰ বিবাহৰ মাত্ৰ ৯ মাহহে হৈছিল।
পুলৱামাৰ সন্ত্ৰাসবাদী আক্ৰমণত প্ৰধানমন্ত্ৰীয়ে ইণ্টেলিজেন্সৰ বাৰ্তাক গুৰুত্ব প্ৰদান কৰা নাছিল : ৰাহুল গান্ধী
পুলৱামা আক্ৰমণৰ দুটা বছৰ সম্পন্ন
জম্মু-কাশ্মীৰৰ পুলৱামাত নিৰাপত্তাৰক্ষী বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত হোৱা সংঘৰ্ষত এগৰাকী সেনা বাহিনীৰ জোৱান শ্বহীদ হোৱাৰ লগতে এটা সন্ত্ৰাসবাদীৰ মৃত্যু হয়।
March 2, 2023