সম্পূৰ্ণৰূপে ভুৱা
গোচৰ ৰুজু কৰা হৈছে
পুৱা ৫ বজাৰ পৰা বন্ধ হৈ পৰে
চৰকাৰে অসমীয়া বিষয়টো অসম লোকসেৱা আয়োগৰ প্ৰশ্নকাকতৰ পৰা বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাত অসম সাহিত্য সভায়ো উদ্বেগ প্ৰকাশ কৰিছিল ।
পৰীক্ষাৰ পূৰ্বে দুষ্ট চক্ৰক ৰোধিবলৈ সাজু হৈ আছে আৰক্ষী-প্ৰশাসন।
পুনৰ বিতৰ্কৰ মাজত সোমাই পৰাৰ সময়তে ভাইৰেল প্ৰশ্ন কাকতৰ সন্দৰ্ভত টুলুঙা প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দায়সৰাৰ চেষ্টা চলাইছে ছেবাই৷ছেবাৰ মতে পৰীক্ষাৰ পাছত প্ৰশ্নকাকত ভাইৰেল হোৱাটো সাধাৰণ কথা৷
বৰ্তমান কামপুৰ আৰক্ষীৰ জিম্মাত আছে যুৱকজন ৷
পৰীক্ষাৰ শ্বিফ্টৰ সময় ৰাতিপুৱা ১০ বজাৰ পৰা ১২ বজালৈ আৰু আবেলি ২ বজাৰ পৰা আবেলি ৪ বজালৈ।
অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ পৰীক্ষাত কোনো পৰীক্ষাৰ্থীক প্ৰশ্ন কাকত আনিবলৈ দিয়া হোৱা নাছিল।পৰীক্ষাৰ অন্তত প্রশ্ন কাকত ঘূৰাই লৈছিল।
অৰ্থনৈতিক সংকটৰ মাজেৰে পাৰ গৈ আছে
March 2, 2023