থাই-বক্সিং এছ'চিয়েশ্যনৰ সাধাৰণ সম্পাদক তথা ৰাষ্ট্ৰীয় বিচাৰক আজহাৰুল আমিন, প্ৰশিক্ষক পৰাগ কুমাৰ বৰ্মন, নিৰঞ্জন দাস আৰু টীম মেনেজাৰ পাৰ্থ প্ৰতিম ভট্টাচার্য আদি উপস্থিত থাকে।
অভিলেখ ভংগ কৰিব পাৰে
১৯ ডিচেম্বৰৰ পৰা ২৬ ডিচেম্বৰলৈ অনুষ্ঠিত হৈছিল ষষ্ঠ সংখ্যক এলাইট ওমেনছ নেশ্যনেল বক্সিং চেম্পিয়নশ্বিপ।
তেওঁ উক্ত খেলখনত ওড়িশাৰ পূজা নায়কক পৰাস্ত কৰে ।
হেমন্ত কুমাৰ কলিতাই বক্সিং প্রশাসক হিচাপে এইক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছে।
৫০ কেজিত মানৱ দেৱে সোণ লাভ কৰাৰ বিপৰীতে ৪৪ কেজিত শিল্পীশিখা শৰ্মাই ৰূপ লাভ কৰিছে। ইফালে অসমৰ আঠগৰাকী বক্সাৰে ছেমিফাইনেলত প্ৰৱেশ কৰি পদক জয় নিশ্চিত কৰিছে।
লাভলীনাই তেওঁৰ ৭৫ কিল'গ্ৰাম ছেমি ফাইনেল বাউটত দক্ষিণ কোৰিয়াৰ চেয়ং চুয়নৰ বিৰুদ্ধে ৫:০ গ'লত বিজয় অৰ্জন কৰে।
ব্ৰঞ্জৰ পদক
আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি জব্দকৃত ড্ৰাগছৰ মূল্য প্ৰায় ডেৰ কোটি টকা হোৱাৰ উপৰি আৰক্ষীয়ে ২ খন মটৰ চাইকেল,১৪ টা চাবোনৰ বক্স, ৫ টা ম'বাইল আৰু নগদ এক লাখ পঞ্চাছ হাজাৰ টকা জব্দ কৰে।তদুপৰি আৰক্ষীয়ে এগৰাকী মহিলাকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমৰ দুগৰাকী বক্সাৰৰ স্বৰ্ণজয়।
কানৈ মহাবিদ্যালয়ৰ প্ৰথমগৰাকী উপাধ্যক্ষ ড০ লক্ষ্মী প্রসাদ দত্তৰ সোঁৱৰণত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক প্ৰথমবাৰৰ বাবে ড০ লক্ষ্মী প্রসাদ দত্ত স্মাৰক বঁটা প্ৰদান কৰিব।
বিতং তথ্যৰ বাবে মাজুলী জিলা আইন সেনা প্ৰাধিকৰণৰ ফ্ৰণ্ট অফিচ সমন্বয়ক ফোন নং- ৯৩৬৫২৮ ১১২৬ অথবা অফিচ ইমেইল আইডি [email protected]ত যোগাযোগ কৰিব পাৰিব।
অটিটি প্লেটফৰ্ম চিএনডি প্লে'ত উপলব্ধ
দৰ্শনাৰ্থীসকলে অফিচিয়েল ৱেবছাইট www.parshuram-kund.in লগ ইন কৰি কুণ্ডৰ সমগ্ৰ তথ্য লাভ কৰিবলৈ সক্ষম হ’ব ৷
২ লাখ ডলাৰৰো অধিক জিকিছে
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ প্ৰতিখন উপায়ুক্ত কাৰ্যালয়তে ২০২৩ চনৰ জানুৱাৰী মাহৰ ভিতৰত ই-অফিচ ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ বাবে ইতিমধ্যে নিৰ্দেশ জাৰি কৰিছে।
বিশ্বকাপৰ অন্তিম দিনাৰ বাবে উপযুক্ত
cuet.nta.nic.in অফিচিয়েল ৱেবছাইটত উপলব্ধ হ'ব
এইগৰাকী দুৰ্নীতিপৰায়ণ ৰেঞ্জ অফিচাৰৰ কাৰ্যকলাপত অতীষ্ঠ হৈ নগাঁৱৰ উপায়ুক্তক বিহিত ব্যৱস্থাৰ দাবী জনাইছে।
দুৰ্নীতিৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অবিৰত ভাৱে চলি আছে।
গুৱাহাটীৰ কাহিলীপাৰাত সৰ্বশিক্ষা অভিযানৰ অফিচৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰে ।
সীমান্তৱৰ্ত্তী ৰাইজৰ অভিযোগ- অৰুণাচল প্ৰদেশ চৰকাৰে আগ্ৰাহী ৰূপ লৈ ধেমাজি জিলাৰ অসমৰ ভূমিত ৰাস্তা-ঘাট, দলং, বিদ্যালয়, অফিচ-কাছাৰী দীৰ্ঘদিনে নিৰ্মাণ কৰি আহিছে ৷
March 2, 2023