কৰ্ণাটকত চিক্কাবল্লাপুৰ জিলাৰ এটা কোৱেৰিত ব্যৱহাৰ হোৱা জিলেটিন ষ্টিকৰ বিস্ফোৰণত ৬জন ব্যক্তি নিহত হোৱাৰ খবৰ লাভ কৰা হৈছে ৷ প্ৰাপ্ত খবৰ অনুসৰি অবৈধভাৱে মজুত কৰি ৰখা জিলেটিনসমূহক আৰক্ষীৰ অভিযানৰ পৰা বাচিবলৈ জিলেটিন বাৰসমূহ নষ্ট কৰিবলৈ যাওতে হঠাতে বিস্ফোৰণ ঘটা বুলি অভিযোগ উত্থাপন কৰা হৈছে ৷
Read More