বাঘজানত নিহত যুৱ অভিযন্তালৈ অইলৰ শ্ৰদ্ধাঞ্জলি
বাঘজানত নিহত অভিযন্তাৰ পিতৃৰ এখন চিঠিয়ে খলকনি তুলিছে সামাজিক মাধ্যমত
বাঘজানত বিদ্যুতপৃষ্ট হৈ অইলৰ অভিযন্ত্ৰাৰ মৃত্যু
বাঘজানৰ বি জি আৰ ৫ নং তৈলখাদত জুই আৰু গেছ নিয়ন্ত্ৰণৰ বাবে বিদেশী বিশেষজ্ঞৰ সহায়ত বাৰে বাৰে অইল বিফল হোৱাৰ পাছত বিকল্পৰ সন্ধানত নামিছে উদ্যোগ প্ৰতিষ্ঠানটো।
ব্ল' আউট প্ৰিভেণ্টাৰ স্থাপনৰ ২৪ ঘণ্টাৰ পাছতে বাঘজানত পুনৰ গেছ নিৰ্গমন
বাঘজানত আজি স্থাপন কৰা হৈছে বিঅ’পি(ব্ল’ আউট প্ৰিভেন্টাৰ)।যোৱা ১০আগষ্টতো ব্ল’ আউট প্ৰিভেন্টাৰ স্থাপন কৰা হৈছিল যদিও কাৰিকৰী বিজুতিৰ বাবে আঁতৰোৱা হৈছিল।
বাঘজানত জুইনুমুৱা শেষ প্ৰস্তুতিত পুনৰবাৰ যতি পৰিল
খাৰুৱা তেল পৰিবাহী টেংকাৰে খুন্দিয়াই নিহত কৰা নিপ ঠাকুলিৰ পৰিয়ালক ক্ষতিপূৰণ প্ৰদানৰ দাবীত ডাঙৰীত আছুৰ ৰাষ্ট্ৰীয় পথ অবৰোধ
উক্ত মছজিদত আনছাৰ গজৱত-উল-হিন্দ (এ.জি.ইউ.এইচ)ৰ সন্ত্ৰাসবাদী সংগঠনৰ মুৰব্বী আৱদ্ধ হৈ আছে ।
এম্বুশঃ কি পৰিস্থিতিত নিহত হৈছিল ২৩ গৰাকী নিৰাপত্তাৰক্ষী জানেনে ?
৩ এপ্ৰিলত ছত্তীশগড়ত মাওবাদীৰে সংঘৰ্ষত নিহত হৈছিল ২২গৰাকীকৈ নিৰাপত্তাৰক্ষী৷সংঘৰ্ষৰ মাজতেই অপহৃত হৈছিল জোৱান ৰাকেশ্বৰ সিং৷
বাবলু ৰাভা বুলি চিনাক্ত কৰা জোৱানজন কোব্ৰা (কমাণ্ডো বেটেলিয়ন ফৰ ৰিজোলিউট একচন)ৰ অন্তৰ্ভুক্ত আছিল।
চৰাইদেউ জিলাৰ চফ্রাই আৰক্ষী চকীৰ অন্তর্গত চফ্রাই খনা পথত আজি সন্ধিয়া এক ভয়ংকৰ পথ দুর্ঘটনা সংঘটিত হয়। দুর্ঘটনাটোৰ ফলত দুজন ব্যক্তি থিতাতে নিহত হােৱাৰ বিপৰীত এজন যুবক গুৰুতৰভাৱে আহত হয়।
আৰক্ষীৰ জিলা ৰিজাৰ্ভ গাৰ্ডৰ (ডি.আৰ.জি) কৰ্মীসকলে ৰাজ্যৰ ৰাজধানী ৰায়পুৰৰ পৰা ৩০০ কিলোমিটাৰ দূৰত নাৰায়নপুৰ চহৰলৈ বাছত আহি আছিল ।
১ ফেব্ৰুৱাৰীত আং ছাং ছ্যুকীকে ধৰি গণতান্ত্ৰিক নেতাবৰ্গক বন্দী কৰি সেনাই শাসনভাৰ নিজৰ দখললৈ নিয়াৰ পাছত দেশখনত অস্থিৰতা অব্যাহত আছে।
লাডাখৰ তুষাৰপাতত ১৩ মাৰ্চত নিহত হয় চুবেদাৰ নিতুল গগৈ৷জোৱানজনৰ আকস্মিক মৃত্যুত সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে৷
বালিপৰা পথ দুৰ্ঘটনা ,দুজন নিহত
উপহাৰ লাভৰ আশাতে এতিয়া গুজৰাটৰ ৰাজকোটত বহুতে কোভিডৰ ভেকচিন ল’বলৈ আগ্ৰহী হৈ পৰা পৰিলক্ষিত হৈছে।
কোম্পানীটোত কেৱল থলুৱা যুৱক-যুৱতীক নিযুক্তিৰো দাবী জনাইছে আলফাই।
ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীৰ সপোনবোৰ অনাগত চৰকাৰে পূৰণ কৰক,নতুন প্ৰজন্মৰ ওপৰত মোৰ বহুত বিশ্বাস আছে ।
আজি গুৱাহাটীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্যসকলে ‘কা’-২০১৯ ৰ বিৰোধীতা এক বাইক ৰেলী উলিয়ায়।
তিনিচুকীয়াত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কা" বিৰোধী উত্তাল প্ৰতিবাদ।
তিনিচুকীয়া নগৰৰ সমীপৰ বৰদলৈ নগৰৰ এটা পথত এগৰাকী অচিনাক্ত বৃদ্ধই বিগত কেইবাদিনো ধৰি আৰ্তনাদ কৰি আছিল। এ নিউ হাইস্কুলৰ সমীপৰ এটা পথত মুমূৰ্ষু অৱস্থাত পৰি থকা পৰিচয়বিহীন ষাঠিৰ ঊৰ্ধৰ ব্যক্তি গৰাকীক স্থানীয় ৰাইজেও শুশ্ৰূষা কৰি উপায় পোৱা নাছিল
আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, প্ৰতিবাদ,Assam,Election, Himata Biswa Sarma
আজি আন্দোলন আৰম্ভ কৰিব আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ২৫ মাৰ্চ আৰু ১ এপ্ৰিলত ৰাজ্যজুৰি প্ৰতিবাদ আৰম্ভ কৰিব।
মুকলি পথত উন্মাদৰ দৰে চোকা অস্ত্ৰৰে বাৰম্বাৰ কিশোৰী গৰাকীৰ শৰীৰত আঘাত কৰে যুৱকজনে।
’কা' ৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আন্দোলন ঘোষণা, বিজেপিক পুলিয়ে পোখাই উৎখাত কৰি আঞ্চলিকতাবাদক জয়ী কৰাবলৈ আহ্বান
কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীক লৈ চর্চা।
April 11, 2021