সকলো হেৰুৱাবলগীয়া হৈছে
এই খহনিয়াই মঙলদৈ চহৰৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে।
গুৱাহাটীৰ পৰা অহা বেচৰকাৰী সংস্থাটোৱে ঠাই দুখনৰ ক্ষতি হোৱা অঞ্চল পৰিদৰ্শন কৰে আৰু বানে ক্ষতি কৰা গঞা ৰাইজক কিঞ্চিৎ সহায় কৰে ।
ৰাখহনীয়া সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰক
ইয়াৰোপৰি বৃহৎ নদীবান্ধ বন্ধ কৰা আৰু বানত ক্ষতিগ্ৰস্ত লোকসকলক পুনৰ সংস্হাপন আৰু ক্ষতিপূৰণ দিবলৈ দাৱী তোলে ৷
স্থানীয় কৃষক সকলক লগত লৈ কঠীয়াতলী প্ৰস্তুত কৰি উন্নত জাতৰ ধানৰ কঠীয়া বাহাদুৰ চাব-১ সিঁচে
বিকল্প পথ ল'বলৈ ৰাইজক পৰামৰ্শ দিয়া হৈছে
July 4, 2022