বিক্ৰী নিষিদ্ধ হৈ থাকিব
বন্যাৰ্তৰ বাবে চৰকাৰে যোগান দিয়া খাদ্য সামগ্ৰী বিক্ৰী কৰা খবৰে সমগ্ৰ অঞ্চলটোত এক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে দোষীক উপযুক্ত শাস্তি প্ৰদানৰ দাবী উত্থাপিত হৈছে ৷
ক্ৰয় কৰিব বুলি অপেক্ষাৰত
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বীমাৰ পলিচী বিক্ৰী কৰি ফুৰা শিক্ষকক লক্ষ্য কৰি কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল।
মুৰাটভে ২০২১ চনত ফিলিপাইনছৰ সাংবাদিক মাৰিয়া ৰেছাৰ সৈতে এই শান্তিৰ নবেল বঁটা লাভ কৰিছিল।
সম্পত্তি বিক্ৰী কৰিব লগা হ'ব পাৰে
শদিয়াৰ ৰঞ্জিত বসুমতাৰী (৩১) ৰিপুল বাইলুং(৩০) আৰু ধৰ্মৰাজ ৰাজকোঁৱৰ (৩৫) নামৰ তিনিটা ড্ৰাগচ সৰবৰাহকাৰীয়ে ডিমাপুৰৰ পৰা সন্দেহযুক্ত হিৰ’ইনখিনি অৰুণাচলত বিক্ৰী কৰাৰ বাবে আনিছিল বুলি আৰক্ষীক স্বীকাৰোক্তি দিছে ৷
টেছলাই চীনত নিৰ্মাণ কৰি গাড়ী ভাৰতত বিক্ৰী কৰিব বিচাৰে তেন্তে ই ভাল প্ৰস্তাৱ নহ'ব পাৰে।
এই নিলামত লাভ কৰা ধনৰাশি কেম্পানীয়ে অভিযন্তা, গণিত আৰু বিজ্ঞানৰ শিক্ষাৰ্থী সকলক জলপানি দিয়াৰ বাবে ব্যৱস্থা কৰিব।
ইফালে সংশ্লিষ্ট আইনখনে ১৮ বছৰতকৈ কম বয়সীয়া সকলক কোনো ধঁপাত জাতীয় সামগ্ৰী বিক্ৰী বা বিক্ৰী কৰা কাৰ্যত নিয়োজিত কৰিব নোৱাৰাৰ নিষেধাজ্ঞা জাৰি কৰিছে।
July 4, 2022