অবৈধভাৱে ৰেমডেছিভিৰ ঔষধ মজুত কৰি ৰখাৰ বাবে গুজৰাট উচ্চ ন্যায়ালয়ৰ এখন খণ্ড বিচাৰপীঠে আজি ৰাজ্যিক বিজেপিৰ সভাপতি তথা সাংসদ, চি আৰ পাটিল, চুৰাটৰ বিধায়ক হৰ্ষ সাংভী, গুজৰাট চৰকাৰ আৰু চুৰাটৰ কলেক্টৰক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে
Read Moreমধ্যপ্ৰদেশৰ সাংস্কৃতিক দপ্তৰৰ মন্ত্ৰী তথা বিজেপিৰ নেত্ৰী উষা ঠাকুৰে কোনো মাস্ক পৰিধান নকৰাকৈয়ে ইন্দোৰৰ বিমান বন্দৰত স্থাপিত দেৱী অহল্যা বাই হোলকাৰৰ প্ৰতিমূৰ্তিত কৰ'না দূৰ কৰাৰ বাবে পূজা-অৰ্চনা কৰে।
Read More