চেভ্ৰলেট বাহনৰ পৰা জব্দ কৰে
২০০৬ চনত বিশ্ববাসীৰ সন্মুখত আহে
ৰাজ্যজুৰি বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীৰ যুদ্ধংদেহী তৎপৰতা ৷
এই অভিযানত বাল্য বিবাহৰ লগত জড়িত মুঠ ৩৬ গৰাকীকৈ ব্যক্তিক আটক কৰিবলৈ সক্ষম হয় বিলাসীপাৰা আৰু শালকোচা আৰক্ষী ।
বিদেশী পৰ্যটকক সেৱা আগবঢ়ায়
বিলাসী বাহন, ঘড়ী আছে
অসমৰ বিভিন্ন জিলাৰ পৰা প্ৰায় বাৰশ প্ৰতিনিধিয়ে এই অধিবেশনত অংশ গ্ৰহণ কৰিব।
বিলাসী ফ্লেট বিক্ৰী কৰিছে
ফ্ৰান্সৰ বা সামগ্ৰিকভাৱে ইউৰোপৰ কোনো ব্যক্তি আগতে পৃথিৱীৰ আটাইতকৈ ধনী ব্যক্তি হিচাপে পৰিগণিত হোৱা নাছিল।
ভিডিঅ’ ভাইৰেল হোৱাৰ পিছৰে পৰা তীব্ৰ ককৰ্থনাৰ সন্মুখীন হৈছিল ধুবুৰী আৰক্ষী।
দিল্লীৰ পূৰ্বে মহাৰাষ্ট্ৰত দুচকীয়া বাহনৰ বাণিজ্যিক ব্যৱহাৰৰ ক্ষেত্ৰত চৰকাৰে একেই নিয়ম প্ৰৱৰ্তন কৰিছিল।
৫ জন কৰ্মী নিহত হৈছে
এখন বলেৰ বাহনত আৰক্ষীৰ দলটোৱে চৰাইদেউ জিলাত প্ৰৱেশ কৰি সন্তোষৰ শহুৰেকৰ ঘৰৰ সন্মুখত উপস্থিত হওঁতেই গভাইত চোৰটোৱে বাৰীৰ পিছফালে দৌৰি পলায়ন কৰিবলৈ চেষ্টা কৰোঁতে আৰক্ষীৰ দলটোৱে তাক ৰবলৈ নিৰ্দেশ দিয়ে।
মৰিগাঁও আৰু লাহৰীঘাট বিধানসভা সমষ্টিৰ মুঠ এশ জনক প্ৰদান কৰিব প্ৰশিক্ষণ৷
কথমপি ৰক্ষা পৰিল বাহনৰ চালক৷
দুগৰাকীৰ মৃত্যু হৈছে
অৱশ্যে আহত লোকজনৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই।
মহানগৰৰ এ টি ৰ’ড, বেলতলা ৰ’ড, ভি আই পি ৰ’ড কালাপাহাৰ আদিত পথতে এনে দোকান-পোহাৰ আছে৷
খানাপাৰা আৰু জালুকবাৰীত আৰক্ষীয়ে দিনে-নিশাই মহানগৰত প্ৰৱেশ কৰা যান-বাহনৰ ওপৰত চকু ৰাখিছে৷
March 2, 2023