তিনিওটা শিশুৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।
Read More১১ এপ্ৰিলৰ পুৱা প্ৰায় ১১ বজাত শিৱসাগৰৰ ৰাজমাইৰ শ্ৰীমতী পূৰ্ণিমা তাঁতী (৪২ বছৰ) বিষাক্ত চকৰি ফেঁটী সাপে দংশন কৰে। ফেঁটী সাপে দংশন কৰি ৰোগীৰ শৰীৰত বিষ এৰি দিলে আধুনিক চিকিৎসা অবিহনে আৰোগ্য অসম্ভপ্ৰায়। কিন্তু পূৰ্ণিমা তাঁতীক একেলগে তিনিবাৰ দংশন কৰাৰ পাছত চিকিৎসাৰ বাবে শিৱসাগৰৰ ডিমৌ আদৰ্শ চিকিৎসালয় পায়হি।
Read Moreমৃত ব্যক্তি কেইজন ক্ৰমে ৰীমা কৰ্মকাৰ(৩২), তেওঁৰ পুত্ৰ অজয় কৰ্মকাৰ(১০), কণ্যা ছয়নিকা কৰ্মকাৰ(১২) আৰু তেওঁলোকৰ চুবুৰীয়া জানকী প্ৰজা(৩৪)। আনহাতে এতিয়াও চিকিৎসাধীন হৈ থকা আন লোক কেইজনৰ অৱস্থা অতি সংকটজনক হৈ আছে
Read More