পুনৰ দ্ৰ খেলিলে নৰ্থ ইষ্ট ইউনাইটেড, মুখ্য প্ৰশিক্ষকক অপসাৰণ
Read Moreইণ্ডিয়ান ছুপাৰ লীগৰ ২০২০-২১ ছিজনৰ প্ৰথমখন খেলত নৰ্থ ইষ্ট ইউনাইটেড দল পৰাজিত হৈছে ৷ যোৱানিশা জামছেদপুৰ এফচিৰ দলৰ বিৰুদ্ধে হোৱা খেলত খেলৰ ২য় অৰ্ধৰ ৫৩ মিনিটত অনিকেট যাদৱে জামছেদপুৰ দলক অগ্ৰগতি প্ৰদান কৰে ৷ এই বিশেষ গলৰেই জামছেদপুৰ দলে নৰ্থ ইষ্ট ইউনাইটেড দলক ১-০ গলত পৰাজিত কৰে ৷
Read More