সেনা প্ৰধান গৰাকীয়ে ১১ এপ্ৰিলত বাংলাদেশৰ বৈদেশিক মন্ত্ৰীৰ সৈতেও বাৰ্তালাপ কৰিব।
Read Moreআজি দেশৰ কেন্দ্ৰীয় বিত্ত আৰু কৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে আজি সংসদত কেন্দ্ৰীয় বাজেট ২০২১-২২ দাখিল কৰি কয় যে ভাৰতীয় ৰেলৱেৰ বাবে ৰেকৰ্ড ১,১০,০৫৫ কোটি টকাৰ ব্যয়ক স্বীকৃতি দিয়া হৈছে যাৰ মাজৰ পৰা ১,০৭,১০০ কোটি টকা মূলধনী ব্যয়ৰ বাবে দিয়া হ'ব
Read More‘ঐতিহাসিক কীৰ্তিচিহ্নসমূহ হৈছে সভ্যতা-সংস্কৃতি আৰু জাতিৰ দাপোন৷ পূৰ্ব পুৰুষে এৰি থৈ যোৱা এই ঐতিহ্য সংৰক্ষণৰ বাবে সকলোৰে গধূৰ দায়িত্ব আছে৷ অসম চৰকাৰে বিশ্বৰ বুকুত ৰাজ্যৰ মানচিত্ৰ জিলিকাই তোলাৰ যি লক্ষ্য স্থিৰ কৰিছে সেয়া বাস্তৱায়িত কৰাৰ বাবে ঐতিহ্য সংৰক্ষণৰ দিশত নিৰৱচ্ছিন্ন পদক্ষেপ গ্ৰহণ কৰিছে৷’
Read Moreখাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে আজি কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক সভাত বিভিন্ন পক্ষৰ সৈতে আলু-পিয়াঁজ, শাক-পাচলি, ফল-মূল, খোৱা তেল আদিকে ধৰি বিভিন্ন সামগ্ৰীৰ মূল্য বৃদ্ধি সম্পৰ্কত আলোচনা কৰে। উক্ত সভাত
Read Moreপ্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষাধীন অৰ্থনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটিয়ে হিমাচল প্ৰদেশৰ চিমলা ও কুল্লু জিলাৰ শতদ্ৰু নৈত ২১০ মেগাৱাটৰ লুহৰী ষ্টেজ ১ জল বিদ্যুৎ প্ৰকল্পৰ অৰ্থে ১৮১০.৫৬ কোটি টকা বিনিয়োগত অনুমোদন জনাইছে। এই প্ৰকল্পটোৱে বছৰি ৭৫৮.২০ নিযুত ইউনিট বিদ্যুৎ উৎপাদন কৰিব।
Read Moreভুৱা পোষ্টৰ ওপৰত এতিয়াৰে পৰা দৃষ্টি ৰাখিব চৰকাৰ তথা কেন্দ্ৰীয় তথ্য আৰু প্ৰযুক্তি মন্ত্ৰালয়ে।এই নতুন নীতি-নিয়ম অনুসৰি নেটফ্লিক্স,এমেজন, ফেচবুক-টুইটাৰ, ইষ্টাগ্ৰাম আৰু বিভিন্ন অ টি টি প্লেটফৰ্মত আপত্তিজনক বা ভুৱা পোষ্ট ২৪ঘন্টাৰ ভিতৰত ডিলিট কৰিব লাগিব।লগতে এই নতুন নিয়ম অনুসৰি এতিয়াৰে পৰা ডিজিটেল মাধ্যম সমূহো অন্য সংবাদ মাধ্যমৰ দৰেই প্ৰেছ কাউঞ্চিল অৱ ইণ্ডিয়াৰ পঞ্জীয়নভূক্ত হব লাগিব।
Read Moreযোৱা ৮ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰালয়ে আনুষ্ঠানিকভাৱে যোৰহাট-মাজুলী সংযোগী দলংৰ কামৰ দায়িত্ব M/s UP state Bridge corporation Ltd নামৰ এটি নিৰ্মাণকাৰী সংস্থাক অৰ্পণ কৰাৰ পিছত আজি লোকনিৰ্মান বিভাগৰ ( ৰাষ্ট্ৰীয় ঘাইপথ ) এটি উচ্চ স্তৰীয় দল মাজুলীত আহি উপস্থিত হয়।
Read More