অৱসৰলৈ ৩ দিন থকা পূৰ্বে দুঃব্যৱহাৰ কৰিছিল অধ্যাপিকাগৰাকীক।ন্যায় বিচাৰি পাণবজাৰ মহিলা আৰক্ষী থানাত গোচৰ ৰুজু অধ্যাপিকাগৰাকীৰ।
Read Moreকৰ্ণাটকত চিক্কাবল্লাপুৰ জিলাৰ এটা কোৱেৰিত ব্যৱহাৰ হোৱা জিলেটিন ষ্টিকৰ বিস্ফোৰণত ৬জন ব্যক্তি নিহত হোৱাৰ খবৰ লাভ কৰা হৈছে ৷ প্ৰাপ্ত খবৰ অনুসৰি অবৈধভাৱে মজুত কৰি ৰখা জিলেটিনসমূহক আৰক্ষীৰ অভিযানৰ পৰা বাচিবলৈ জিলেটিন বাৰসমূহ নষ্ট কৰিবলৈ যাওতে হঠাতে বিস্ফোৰণ ঘটা বুলি অভিযোগ উত্থাপন কৰা হৈছে ৷
Read Moreকেন্দ্ৰীয় চৰকাৰে টোলগেটত সৃষ্টি হোৱা যান-জোঁট ৰোধ কৰাৰ বাবে টোলগেট সমূহত FASTag ব্যৱহাৰ কৰাটো বাধ্যতামূলক কৰিছে।কেন্দ্ৰীয় চৰকাৰে ১ জানুৱাৰীৰ পৰাই বাহনত FASTag লগাবলৈ নিৰ্দেশ জাৰি কৰিছিল।
Read Moreনিশা সুৰাপায়ী চালকৰ বিৰুদ্ধে আৰক্ষীয়ে ৰাজপথত তালাচী অভিযান চলাব৷সুৰাপায়ীৰ ওপৰত তীক্ষ্ণ নজৰ থাকিব মহানগৰ আৰক্ষীৰ।৩১তাৰিখৰ নিশা ঠায়ে ঠায়ে থাকিব আৰক্ষীৰ নাকা চেকিং।নিশা ১০ বজাৰ পিছত উচ্চস্তৰত কোনো মিউজিক ব্যৱহাৰ কৰিব নোৱাৰিব।
Read Moreচৰকাৰৰ তৰফৰ পৰা জানিবলৈ দিয়া মতে আখৰাত কোনো ভেকচিন ব্যৱহাৰ কৰা নহয়, কেবল মাত্ৰ Co-WIN এপৰ জৰিয়তে নিৰীক্ষণৰ ব্যৱস্থা পৰীক্ষা কৰি চোৱা হ’ব।আখৰাৰ সময়ত ভেকচিন প্ৰয়োগৰ বাহিৰে সকলো ব্যৱস্থা পৰীক্ষা কৰি চোৱা হ’ব।
Read Moreব্লেকমেইলিং চক্রই হােৱাটছএপযােগে ভিডিঅ' কল কৰে আৰু ৰিচিভ কৰিলেই ভিডিঅ’ কলত সম্পূর্ণ উলংগ চেহেৰা,অশ্লীল কাৰুকার্য কৰি দেখুৱায়।এনে ভিডিঅ’ কল ৰিচিভ কৰাৰ লগে লগে চক্রটোৱে বিশেষ কৌশলেৰে স্কেনিং কৰি ইয়াৰ পিছত আৰস্তু কৰে ব্লেকমেইলিং।

Read More