ব্লুস্কাইত এটা নতিফিকেশ্যন টেব অন্তৰ্ভুক্ত কৰা হৈছে য’ত ব্যৱহাৰকাৰীয়ে টুইটাৰৰ দৰেই লাইক, ৰিপ’ষ্ট, ফ’ল’ আৰু ৰিপ্লাইবোৰ চাব পাৰে। কিন্তু এতিয়ালৈকে প্লেটফৰ্মত কোনো ডাইৰেক্ট মেছেজিং (ডি এম) বৈশিষ্ট্য উপলব্ধ কৰা হোৱা নাই।
Read Moreভাৰত চৰকাৰৰ কেন্দ্ৰীয় ৰাজ্যিক যুৱ পৰিক্ৰমা, ক্রীড়া আৰু গৃহ মন্ত্ৰী নিশিথ প্রামানিকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি চমুকৈ এনএছএছ কোষৰ স্বেচ্ছাসেৱকৰ সৈতে জি-২০ ৰ অংশ হিচাপে হোটেল ৰেডিচন ব্লুত ৫ ফেব্ৰুৱাৰীত মত বিনিময় কৰে।
Read More