সন্দেহজনক কাগজ' কঢ়িয়াই নিয়াৰ বাবে কপৌৰ বিৰুদ্ধে নিৰাপত্তাৰক্ষীৰ এজাহাৰ দাখিল
কেন্দ্ৰই,১৮ এপ্ৰিলত, নটা নিৰ্দিষ্ট উদ্যোগৰ বাহিৰে ঔদ্যোগিক উদ্দেশ্যৰ বাবে অক্সিজেনৰ যোগান নিষিদ্ধ কৰে
এই মাহৰ শেষ ফালে তেওঁ ভাৰত আৰু ফিলিপাইনচ ভ্ৰমণ কৰাৰ কথা আছিল ।
আয়োগে উপযুক্ত সময়ত পৰীক্ষাৰ নতুন তাৰিখ ঘোষণা কৰিব।
যোৱা ২৪ ঘণ্টাত সমগ্ৰ দেশত ২,৯৫,০৪১ জন লোক ক'ভিডত আক্ৰান্ত হৈছে আৰু ২০২৩ জনৰ মৃত্যু হৈছে।
দেশৰ অতিশয় ভয়াবহ ক'ভিড পৰিস্থিতিৰ পৰিপ্ৰক্ষিতত ভাৰত চৰকাৰে ক'ভিডৰ বিৰুদ্ধে যুদ্ধখন আৰু সবল কৰিবলৈ দেশৰ সামৰিক বাহিনীৰ সক্ৰিয় সহযোগিতা বিচাৰিছে।
বিশ্বৰ লগতে ভাৰতৰ ক'ভিড-১৯ সংক্ৰমণত এইবাৰ বৃহৎ সংখ্যক শিশু আক্ৰান্ত হৈছে ।
কেন্দ্ৰই ১৬২ টা প্ৰেচাৰ চুইং এডচৰ্পচন (পিএছএ) অক্সিজেন উৎপাদন প্ৰকল্পৰ বাবে অনুমোদন আগবঢ়াইছে
ভাৰতত যোৱা ২৪ ঘণ্টাত সৰ্বাধিক ১৭৬১ জন লোক ক'ভিডত মৃত্যু হৈছে।
ভাৰত-ইউৰোপীয় ইউনিয়নৰ সন্মিলনত ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে অংশগ্রহণ কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে
বৰ্তমান সময়ত ভাৰতলৈ যোৱা সিদ্ধান্ত ভুল হ'ব পাৰে।
কেডাৰজনে ভাৰত-ম্যানমাৰ সীমান্তৰ ঘন অৰণ্যখনত কষ্টৰ মাজেৰে অহা-যোৱা কৰিব লগা হৈছিল
April 21, 2021