সুবিধা গ্রহণ কৰিবলৈ সক্ষম হ'ব
সকলো তথ্য ডিজিটেলভাৱে উপলব্ধ হ'ব
পৰ্তুগালৰ প্ৰধানমন্ত্ৰী নিজেই ভাৰতীয় মূলৰ। দেউতাকৰ পৰিয়ালটো গোৱাৰ আছিল। তেওঁ বহুবাৰ ভাৰত ভ্ৰমণ কৰিছে।
দক্ষিণ এছিয়াৰ দেশবোৰত বেডমিণ্টন প্ৰসাৰৰ প্ৰচুৰ সম্ভাবনা আছে। অবশ্যে ভাৰত ইতিমধ্যেই বেডমিণ্টনৰ এক শক্তি হৈ পৰিছে।
দুয়ো দেশৰ মাজত হোৱা আলোচনাৰ পিচত অহা ২৩ ছেপ্টেম্বৰত ভূটান গেট খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভূটান চৰকাৰে । নতুন নীতি-নিৰ্দেশনা লৈ এইবাৰ খোলা হ'ব ভূটান গেট ।
ভূটানৰ সংবিধান মতে, অতি কমেও বাৰ মাহৰ বাবে নিত্য ব্যৱহাৰ্য সামগ্ৰী আমদানি কৰিব পৰাকৈ ফৰেইন একছেঞ্জ ৰিজাৰ্ভ থাকিবই লাগিব ।গতিকে সংস্থাটোৰ মতে, জোঁৰ পুৰি হাত পাবলৈ মাজত মাত্ৰ এমাহহে আছে ।
এই সন্মিলনত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে বহু কেইগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে অংশগ্ৰহণ কৰাৰ কথা জানিবলৈ দিয়ে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে ।
‘ভাৰতৰ ভুল বৈদেশিক নীতিৰ কুফল ভুগিব অসম তথা উত্তৰ পূবাৰ্ঞ্চলে।’
কিন্তু পাকিস্তান সন্মত হোৱা নাছিল আৰু আফগানিস্তানক প্ৰতিনিধিত্ব কৰাৰ বাবে তালিবানক অনুমতি দিবলৈ প্ৰস্তাৱ দিছিল । অৱশেষত বৈঠকখন বাতিল কৰা হয় ৷
March 2, 2023