এতিয়া এই অভিযোগে অন্য এটা দিশহে গৈ পাইছে স্বপ্না আৰু পৃথ্বীয়ে দুয়োৰে দোষবোৰ ইজনে সিজনক স্থানান্তৰিত কৰি আহিছে ।
গুগল অনুবাদলৈ সংযোজিত হোৱা ভাষাসমূহ হৈছে সংস্কৃত, অসমীয়া, ভোজপুৰী, ডগ্ৰী, কোংকানী, মৈথেলী, মিজো আৰু মইতেই।
এই সংস্কৰণটোত হিন্দীৰ ওপৰিও সংস্কৃত, মালায়ালম, তামিল, ভোজপুৰী, অসমীয়া, বঙালী আদি ভাষাৰো চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হ'ব।
অসমত সম্প্ৰীতি বিনষ্ট কৰিব বিচৰা সত্যৰঞ্জন বৰাকো গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছে শৃংখল চলিহাই ।
কল্পনা পাটোৱাৰীয়ে বিজেপি এৰি অগপলৈ অহাৰ পাছত কোন সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব সেই কথা এতিয়ালৈকে ৰাজহুৱা কৰা নাই।
অসমীয়া ছবি ক্ৰোধ,বৰলাৰ ঘৰ, চুমা পৰশতে, আহি আছে আদিৰ লগতে জনপ্ৰিয় অসমীয়া ছবি মিছন ছাইনাটো এটি গীতত অভিনয় কৰা এইগৰাকী অভিনেত্ৰীয়ে কেইবাখনো ভোজপুৰী ছবিতকো অভিনয় কৰিছে।
March 2, 2023